ISHAN NEWS – Always One Step Ahead of Time…

মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ; উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিতাদেশ

উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন সন্দৰ্ভত শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে ডাঙৰ সিদ্ধান্ত লৈছে। সৰ্বোচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ১৬০০০খন মাদ্ৰাছাৰ ১৭ লাখ ছাত্ৰ-ছাত্ৰীক ডাঙৰ সকাহ প্ৰদান কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি বৰ্তমান ২০০৪ চনৰ আইন অনুসৰি

‘হিৰো’ৰ পৰা ‘জিৰো’লৈ! এবছৰ আগতে আছিল ১৭,৫৪৫ কোটি টকাৰ সম্পত্তি। এতিয়া পকেটত নাই এটকাও

ভাগ্য সদায় একে নাথাকে। কেতিয়া ভাগ্য সলনি হয় কোনেও ক’ব নোৱাৰে। কেতিয়াবা যদি ভাগ্যই লগ দিয়ে, কেতিয়াবা আকৌ ভাগ্যৰ পাকচক্ৰত সকলো হেৰুৱাব লগা হয়। ভাগ্যৰ পাকচক্ৰত ‘হিৰো’ৰ পৰা ‘জিৰো’ হ’ল এডুটেক কোম্পানী বাইজুৰ প্ৰতিষ্ঠাতা বাইজু ৰবীন্দ্ৰন।

সেনাৰ কাৰ্যালত ভয়ংকৰ আক্ৰমণ। নিহত ২৭ গৰাকী

ইৰাণত সন্ত্ৰাসবাদী গোটৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত ২৭ জন, আহত ১০ জন লোক। নিহতসকলৰ ভিতৰত ১১ গৰাকী ইৰাণী সৈনিক। দক্ষিণ-পূৱ ইৰাণৰ ছিস্তান-বেলুচিস্তান প্ৰান্তৰ চাবহাৰ আৰু ৰাস্কৰ Revolutionary Guardsৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলালে

গুৱাহাটীত নতুনকৈ নিৰ্মিত উৰণ সেতুত পথ দুৰ্ঘটনা; এজন ৬০ বছৰীয়া লোকৰ মৃত্যু

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ নিৰ্মিত বেহাৰবাৰী উৰণীয়া সেতুৰ ওপৰত সংঘটিত এক দুৰ্ঘটনাত ষাঠি বছৰীয়া এজন বৃদ্ধৰ মৃত্যু হয়। ৬৫ বছৰ বয়সৰ লোকজন কোকৰাঝাৰ জিলাৰ বাসিন্দা নুৰ বাহাদুৰ ভাণ্ডাৰী বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ

‘পিছুৱাই দিয়ক লোকসভা নিৰ্বাচন’, মুখ্য ন্যায়াধীশ আৰু নিৰ্বাচন আয়োগক পত্ৰ এটা সংগঠনৰ

ৰাজনৈতিক দল সমূহৰ সমান্তৰালকৈ নিৰ্বাচন আয়োগ ব্যস্ত হৈ পৰিছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত। ইয়াৰ মাজতে মণিপুৰত নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী উত্থাপন কৰিছে এটা সংগঠনে। কেইবাটাও মেইটেই সংগঠনৰে গঠিত দিল্লী মেইটেই সমন্বয়ক সমিতি (ডি এম চি

BSF আৰু সন্দেহযুক্ত সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষ; গুলীবিদ্ধ হৈ মৃত্যু এজন সৰবৰাহকাৰীৰ

ত্ৰিপুৰাৰ চেপাহিজালাৰ সোণামুৰা মহকুমাত বুধবাৰে নিশা সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱান আৰু সৰবৰাহকাৰীৰ মাজত হোৱা গুলীচালনাত এজন সন্দেহযুক্ত সৰবৰাহকাৰী নিহত হয়। ইফালে এই এনকাউণ্টাৰত আহত হয় আন এজন সৰবৰাহকাৰী। এই এনকাউণ্টাৰৰ তথ্য

চলিত আই পি এলত দ্বিতীয় বাৰৰ বাবে শাস্তিৰ সন্মুখীন ঋষভ পন্ত

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ১০৬ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পিছতে আন এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্ত। কলকাতাৰ বিৰুদ্ধে শ্ল’ অভাৰ ৰেটৰ বাবে ঋষভ পন্তক ১২ লাখ টকা নহয় এইবাৰ ২৪ লাখ টকা জৰিমনা বিহা

সনাতনৰ বিৰোধ কৰিব নোৱাৰো বুলি কংগ্ৰেছ ত্যাগ কৰা গৌৰৱ বল্লভৰ বিজেপিত যোগদান

দল ত্যাগ কৰাৰ ৫ ঘণ্টাৰ পিছতেই বিজেপিত যোগ দিলে প্ৰাক্তন কংগ্ৰেছী নেতা গৌৰৱ বল্লভে। আজি ৰাতিপুৱা ৮ বজাত কংগ্ৰেছ ত্যাগ কৰা গৌৰৱ বল্লভে দুপৰীয়া ১ বজাত বিজেপিৰ ৰাষ্ট্ৰীয় সচিব বিনোদ তাওৰেৰ উপস্থিতিত বিজেপিত যোগদান কৰে। পদত্যাগ পত্ৰত নিজকে

চলিত আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছে গঢ়িলে বৃহৎ অভিলেখ

ৰোমাঞ্চেৰে ভৰা চলিত আই পি এল ছিজনত কলকাতা নাইট ৰাইডাৰ্ছে গঢ়িলে এক বৃহৎ অভিলেখ, যিটো এইবাৰৰ আই পি এলত এতিয়ালৈ কৰিব পৰা নাই কোনো দলে। বুধবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনৰ পাৱাৰ প্লে'ত (৬ অভাৰ) ৮৮ ৰান সংগ্ৰহ কৰি অভিলেখ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাবে বেয়া খবৰ; আঘাতৰ বাবে বাহিৰ এইগৰাকী বেগী বলাৰ

কে এল ৰাহুলৰ নেতৃত্বত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চলিত আই পি এলৰ ছিজনত এতিয়ালৈকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। তিনিখন খেলৰ ভিতৰত দুখন খেলত জয়লাভ কৰি দলটোৱে ৪ পইণ্টেৰে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। ইয়াৰ মাজতে দলটোৰ বাবে আহিছে এক বেয়া