ISHAN NEWS – Always One Step Ahead of Time…

বনভোজ খাবলৈ যোৱা শিক্ষাৰ্থীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; ৩ জন শিক্ষাৰ্থীৰ মৃত্যু

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত তিনিগৰাকী শিক্ষাৰ্থীৰ লগতে বাছখনৰ কণ্ডাক্টৰজনৰ মৃত্যু হোৱাৰ লগতে আন ১৫ জন আহত হয়। মঙলবাৰে সংঘটিত এই শোকাৱহ ঘটনাটো। দুৰ্ঘটনাটোত

সন্ধিয়া মুকলি আকাশৰ তললৈ আহিব আপ সাংসদ সঞ্জয় সিং

আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে জামিন লাভ কৰিছে। ইতিমধ্যে তিহাৰ কাৰাগাৰলৈ ৰাওনা হৈছে সঞ্জয় সিঙৰ পৰিয়াল আৰু তেওঁৰ অধিবক্তা। দিল্লীৰ ৰাউছ এভিনিউ আদালতে সঞ্জয় সিঙৰ মুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে। আজি সন্ধিয়াৰ ভিতৰত সঞ্জয়

৮ ঘণ্টা ধৰি চলা এনকাউণ্টাৰত ১৩ জন মাওবাদীৰ মৃত্যু

মঙলবাৰে ছত্তীশগড়ৰ বিজাপুৰৰ কোৰচোলি বনাঞ্চলত সংঘটিত হোৱা এনকাউণ্টাৰত এতিয়ালৈকে ১৩ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়ালৈকে ১০ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কিন্তু আজি পুৱা পুনৰ তালাচী চলোৱাৰ অন্তত

চাৰ্জ দি থকা সময়তে ৰিক্সাত বিস্ফোৰণ, নিহত ৭

চাৰ্জ দি থকা অৱস্থাতে বিস্ফোৰিত হল ৰিক্সাৰ বেটাৰী। এই বিস্ফোৰণত একে পৰিয়ালৰ ৭ গৰাকী লোকৰ মৃত্যু হয়। মৃতকসকলৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ২ টি শিশুও আছে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰৰ সেনানিবাস এলেকাত ভয়ংকৰ ঘটনা। বেটাৰী বিস্ফোৰণৰ ফলত

তাচপাতৰ দৰে খহিল অট্টালিকা। ৭.২ প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্প।

প্ৰচণ্ড ভূমিকম্পত তাচপাতৰ দৰে খহি পৰিল বৃহত্ বৃহত্ অট্টালিকা। ৭.২ প্ৰাৱল্যৰ ভূমিকম্পই কঁপাই গল টাইৱান। আজি পুৱতি নিশা অহা এই শক্তিশালী ভূমিকম্পত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ জন লোক আহত হয়। ধ্বংসস্তুপৰ মাজত অধিক লোক আৱদ্ধ হৈ থকাৰ

উবেৰ বুক কৰি  বিপদত যুৱক। ৬২ টকাৰ পৰিৱৰ্তে বিল আহিল ৭,৬৬,৮৩,৭৬২ কোটি টকা।

নয়ডাত সংঘটিত হৈছে এক অদ্ভূত ঘটনা। উবেৰ বুক কৰি বিপদত পৰিল এজন যুৱক। যুৱকজনে কাৰ্যালয়লৈ যাবলৈ উবেৰ এপৰ পৰা অট’ এখন বুক কৰিছিল,য’ত ভাড়া দেখুৱাইছিল ৬২ টকা। কিন্তু গন্তব্যস্থানত তেওঁ পেমেন্ট কৰিবলৈ লৈ হতবাক হৈ পৰিল। ৬২ টকাৰ পৰিৱৰ্তে

অৰবিন্দ কেজৰিৱালক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।

আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। ED য়ে যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব আম আদমী

ৰেচন কাৰ্ডৰ চাউলৰ দৰে বিনামূলীয়াকৈ দৰিদ্ৰ লোকে লাভ কৰিব সুৰা! লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ…

ৰেচন কাৰ্ডৰ চাউলৰ দৰে বিনামূলীয়াকৈ লাভ কৰিব সুৰা! লোকসভা নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীয়ে দিছে এই প্ৰতিশ্ৰুতি। শিক্ষা, স্বাস্থ্য, বাসস্থানৰ পৰিৱৰ্তে প্ৰাৰ্থীগৰাকীয়ে গুৰুত্ব আৰোপ কৰিছে সুৰাত। দৰিদ্ৰ লোকসকলেও যাতে বিলাতী সুৰাৰ সোৱাদ লব পাৰে

জেইলত বন্দী অৰবিন্দ কেজৰিৱালৰ ৬টা ডাঙৰ প্ৰতিশ্ৰুতি; পঢ়ি শুনালে পত্নীয়ে

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে দিল্লীৰ ৰামলীলা ময়দানত আজি আয়োজন কৰা হৈছে আম আদমী পাৰ্টিৰ উদ্যোগত এক বৃহৎ সমাৱেশ। এই সমাৱেশত বিৰোধী মিত্ৰজোঁট INDIAৰ সকলো শীৰ্ষ নেতা উপস্থিত আছে। এই সমাৱেশতে দিল্লীৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বোৱাৰীয়ে যোগদান কৰিলে বিজেপিত

প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাটিলৰ বোৱাৰী অৰ্চনা পাটিল চাকুৰকাৰে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে বিজেপিত যোগদান কৰে অৰ্চনা পাটিল চাকুৰকাৰে। মহাৰাষ্ট্ৰৰ