ISHAN NEWS – Always One Step Ahead of Time…

প্ৰথমে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড… তাৰ পাছত স্বামীৰ চৰম সিদ্ধান্ত।

পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি নিজৰ জীৱন শেষ কৰি দিলে স্বামীয়ে। মঙলদৈৰ বলোপাৰা গাঁৱত শিহৰণকাৰী ঘটনা। পত্নীক দাৰে ঘপিয়াই স্বামীয়ে বাছি ললে চৰম সিদ্ধান্ত। ঘটনা অনুসৰি দুপৰীয়া ১২ মান বজাত মঙলদৈৰ বলপাৰাৰ গকুল বিশ্বাস নামৰ লোকজনে পত্নী

লোকসভা নিৰ্বাচন খেলিবলৈ টকা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ!

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগনবঢ়াই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিজেপি দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তাৱ লাভ কৰিছিল যদিও তেওঁ ধনৰ অভাৱৰ বাবে নিৰ্বাচন নেখেলে বুলি উল্লেখ কৰিছে। বিত্ত মন্ত্ৰীৰ দৰে

প্ৰাক্তন IIT মাদ্ৰাজ গ্ৰেজুৱেট হ’ল মাইক্ৰচফ্টৰ নতুন মুৰব্বী

IIT মাদ্ৰাজত শিক্ষা গ্ৰহণ কৰা ভাৰতীয় পৱন দাৱুলুৰিক মাইক্ৰচফ্টে প্ৰদান কৰিছে গধুৰ দায়িত্ব।মাইক্ৰচফ্টৰ ২৩ বছৰৰ অভিজ্ঞতাৰ পিছত এই দায়িত্ব  লাভ পৱন দাৱুলুৰিৰ।বিগ টেক কোম্পানীত নেতৃত্বৰ ভূমিকা লাভ কৰা শেহতীয়া ভাৰতীয় পৱন‌ দাৱুলুৰি।IIT

আগন্তুক কিছু দিনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰই বৰ্তমানৰ পৰিস্থিতিক কেন্দ্ৰ কৰি উত্তৰ-পূব ভাৰতত বতৰৰ আগজনীৰ ওপৰত ভিত্তি কৰি কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি আগন্তুক সময়ত অসমকে ধৰি উত্তৰ-পূবত ধুমুহা, শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণ অহাৰ

ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসুস্থ 

ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। এক বিশেষ সূত্ৰই এই দাবী কৰিছে। খবৰ অনুসৰি, তেওঁৰ ছুগাৰ লেভেল ক্ৰমাগতভাৱে বৃদ্ধি আৰু হ্ৰাস পাই আছে। ৪৬ লৈ হ্ৰাস পাইছে মুখ্যমন্ত্ৰী কেজৰিৱালৰ ছুগাৰ লেভেল।

বিগ বছ বিজয়ী মুনাৱৰ ফাৰুকীক আটক মুম্বাই আৰক্ষীৰ

জনপ্ৰিয় কমেডিয়ান তথা বিগ বছ আৰু লকআপৰ দৰে প্ৰখ্যাত ৰিয়েলিটি শ্ব’ৰ বিজয়ী মুনাৱৰ ফাৰুকীসহ কেইবাজনো লোকক মঙলবাৰে গভীৰ নিশা মুম্বাই আৰক্ষীয়ে আটক কৰে। মুম্বাই ফ’ৰ্ট এলেকাৰ এখন হুক্কা পাৰ্লাৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই লোক কেইজনক।

চলন্ত ৰে’লত জুই; ৰে’লৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা বহু যাত্ৰীৰ

হোলী বিশেষ ট্ৰেইনত কালি নিশা প্ৰায় ১ বজাত সংঘটিত হয় ভয়ংকৰ ঘটনা। হঠাৎ ট্ৰেইনৰ দবাত জুই লগাত চলন্ত ট্ৰেইনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে বহু লোকে। ট্ৰেইনখনে এটা ষ্টেচন পাৰ হোৱাৰ পিছত ভালদৰে গতিবেগ লোৱাই নাছিল। তেনে সময়তে এটা দবা জুইৰ

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; এনকাউণ্টাৰত নিহত ৬ দুৰ্ধৰ্ষ মাওবাদী

ছত্তীশগড়ত অব্যাহত আছে মাও বিৰোধী অভিযান। বীজাপুৰ অঞ্চলৰ মাও অধ্যুষিত অঞ্চলত নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত পুনৰ নিহত হৈছে ছয়জনকৈ দুৰ্ধৰ্ষ মাওবাদী। জানিব পৰা মতে, নিৰাপত্তাৰক্ষীৰ দলে চলোৱা তালাচী অভিযানৰ পিছতে দুয়োপক্ষৰ মাজত আৰম্ভ

এতিয়াৰে পৰা জিমলৈ নগলেও হব! এটা টেবলেট খালেই লাভ কৰিব ব্যায়ামৰ সুফল

জিমত গৈ ঘণ্টাৰ ঘণ্টাৰ পাছত ৱৰ্কআউট কৰে নেকি আপুনি? শৰীৰটো সুস্থ সৱল কৰি ৰাখিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ ফলত কেৱল শাৰীৰিকভাৱে সুস্থ থকাই নহয়, মানসিকভাৱেও সুস্থ অনুভৱ কৰিব পাৰি। পিছে একাংশ লোকে সময়ৰ অভাৱতেই হওঁক বা অন্য

তিনিখন ৰাজ্যৰ ষ্টাৰ প্ৰচাৰকৰ তালিকা প্ৰকাশ বিজেপিৰ; তালিকাত হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছৰে পৰা প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ দলসমূহে সভা-সমিতি আয়োজন কৰাৰ লগতে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখল