ISHAN NEWS – Always One Step Ahead of Time…

নিজৰ শৰীৰৰ ছাল কাটি মাতৃৰ বাবে চেণ্ডেল বনালে পুত্ৰই! কলিকালৰ শ্ৰৱণ কুমাৰৰ কাহিনী এয়া

পুত্ৰ-কন্যাৰ অৱহেলা, অত্যাচাৰৰ বলি হৈ বৃদ্ধাশ্ৰমত দিন কটাইছে একাংশ পিতৃ-মাতৃয়ে। এনেধৰণৰ খবৰৰ মাজতে পোহৰলৈ আহিছে বুকু কঁপাই এটা ঘটনা। নিজৰ উৰুৰ ছাল কাটি এজন পুত্ৰই মাতৃৰ বাবে বনালে চৰণ পাদুকা। প্ৰথমে এখন ব্যক্তিগত চিকিৎসালয়ত

নিৰ্মীয়মান অৱস্থাতে ভাঙি পৰিল দলং; এজন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আৱদ্ধ

বিহাৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। সুপৌল আৰু মধুবনী জিলা সংযোগী কোচি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দেশৰ আটাইতকৈ দীঘল দলংখনৰ এটা ডাঙৰ অংশ ভাঙি পৰিছে। শুকুৰবাৰে ৰাতিপুৱা প্ৰায় ৭ বজাত দলংখনৰ এটা বৃহত অংশ ভাঙি পৰাৰ ফলত মৃত্যু হয় এজন

ৰমজান মাহত ইফতাৰ কৰিবলৈ দি ঘটিল ভয়ংকৰ ঘটনা।

সকলোৱে সাৱধান হওঁক, কাৰণ ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা। আপোনাৰ চকুৰ সন্মুখতে কেতিয়া দুষ্কৃতিকাৰীয়ে আপোনাক লুটিব, আপুনি ধৰিবই নোৱাৰিব। এইবাৰ আমাৰ ৰাজ্যত কি ঘটিলে চাওঁক এই প্ৰতিবেদন।  চলি আছে ইছলাম ধৰ্মাৱলম্বী

ব্যৰ্থ হ’ব শত্ৰু দেশৰ সকলো ষড়যন্ত্ৰ! আকাশত উৰা মাৰিলে ভাৰতৰ পুষ্পক বিমান

ব্যৰ্থ হ’ব শত্ৰু দেশৰ সকলো ষড়যন্ত্ৰ! ভাৰতৰ পুষ্পক বিমানে ৰুধিব শত্ৰুক! শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন (আৰএলভি লেক্স-02)ৰ অৱতৰণ সফলতাৰে সম্পন্ন কৰিছে। থলুৱাভাৱে নিৰ্মাণ কৰা এই পুনৰ

কেৱল কেজৰিৱাল নহয়, গ্ৰেপ্তাৰ আৰু ৩ মুখ্যমন্ত্ৰী!

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে। আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালক ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ৯ বাৰকৈ সোধা-পোছাৰ বাবে মাতিছিল। কিন্তু তেওঁ উপস্থিত থকা নাছিল। ইয়াৰ

ৰাজ্যত একেদিনাই গ্ৰেপ্তাৰ ১২ টা মাটিৰ দালাল

সাৰি নাযাব মাটিৰ দালাল । ৰাজ্যত পুনৰ দালালৰ বিৰুদ্ধে অভিযান । একে দিনাই ১২ টাকৈ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্যত নাথাকিব এজনো দালাল। তাৰ পাছতে অসম

ৰাজস্থান ৰয়েলছ শিৱিৰৰ বাবে দুঃসংবাদ; নাম প্ৰত্যাহাৰ এইগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ

আই পি এলৰ ১৭ সংখ্যক ছিজন আৰম্ভ হোৱাৰ পূৰ্বে মোক্ষম আঘাতৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছ। ৰাজস্থানৰ হৈ চুক্তিবদ্ধ হোৱা অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ এডাম জাম্পাই আই পি এল ২০২৪ৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।ব্যক্তিগত কাৰণত জাম্পাই এই সিদ্ধান্ত

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ, প্ৰতিবাদত উত্তাল ৰাজ্য।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতেই প্ৰতিবাদমুখৰ হৈ পৰিছে দেশৰ বিভিন্ন প্ৰান্ত। অসমৰো বিভিন্ন প্ৰান্তত আম আদমী পাৰ্টীৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি । মঙলদৈ, গুৱাহাটীৰ মঠঘৰীয়াত আম আদমী পাৰ্টি, ৰাইজৰ দলৰ

অন্য ধৰ্মৰ লোকক বিক্ৰী কৰিব নোৱাৰিব মাটি! ৰাজ্য চৰকাৰৰ নিৰ্দেশ

এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব। ৩ মাহৰ বাবে ভিন্নধৰ্মী লোকৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে। ৰাজহ বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অনাগত ৩ মাহৰ বাবে ভিন্ন ধৰ্মৰ লোকৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ৰ

নিজৰ কৰ্মৰ বাবে গ্ৰেপ্তাৰ হৈছে অৰবিন্দ কেজৰিৱাল : আন্না হাজাৰে

বৃহস্পতিবাৰে নিশা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমাজ সংস্কাৰক আন্না হাজাৰেই। আন্না হাজাৰেই কয়, ‘আমি মদৰ বিৰোধিতা কৰি আহিছো।