ISHAN NEWS – Always One Step Ahead of Time…

অনন্ত-ৰাধিকাৰ বিয়া; প্ৰাক বিবাহ অনুষ্ঠানত কোন কোন চেলিব্ৰিটীক দেখা গ’ল? ishan news

১৮ জুলাইত বিবাহ-পাশত আৱদ্ধ হব ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেণ মাৰ্চেন্টৰ কন্যা ৰাধিকা মাৰ্চেন্ট। সেই উপলক্ষ্যে ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ গুজৰাটৰ জামনগৰত আয়োজন কৰা হৈছে প্ৰাক

সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা গম্ভীৰৰ; হঠাৎ কিয় ল’লে এই সিদ্ধান্ত?

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপি সাংসদ গৌতম গম্ভীৰে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনায় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত গৌতম গম্ভীৰে বিজেপিৰ

পেটিএম বেংকৰ বিৰুদ্ধে কঠোৰ RBI; বিহিলে ৫ কোটিতকৈ অধিক জৰিমনা

পেটিএম বেংকৰ বিৰুদ্ধে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ধন সৰবৰাহ প্ৰতিৰোধ আইন উলংঘা কৰাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আৰ বি আইৰ শেহতীয়া নিৰ্দেশা অনুসৰি পেটিএম বেংকক ৫ কোটি টকাৰ জৰিমনা বিহা

বিৰোধীত আন এক মোক্ষম আঘাত; বিজেপিত যোগ দিলে এইগৰাকী সাংসদে

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদানৰ সোঁত বৈছে বিৰোধীৰ নেতাৰ। এইবাৰ তেলেংগানাত বিৰোধী ৰাজনৈতিক দল ভাৰত ৰাষ্ট্ৰ সমিতিৰ জহিৰাবাদ সমষ্টিৰ ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ)ৰ সাংসদ বি বি পাটিলে বিজেপিত যোগদান কৰে। শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী

বিস্ময়কৰ! ৩ ফুট ওখ আৰু ১৮ কিলোগ্ৰাম ওজনৰ এজন চিকিৎসকৰ জীৱন সংগ্ৰাম

বিভিন্ন সময়ত কিছুমান মানুহৰ বিশেষ কাহিনীয়ে আমাক আচৰিত কৰি তোলে। একাগ্ৰতা আৰু মনোবল থাকিলে অসাধ্যও সাধন কৰিব পাৰি। তাৰেই এক জ্বলন্ত উদাহৰণ আহমেদাবাদৰ গণেশ বৰাইয়া। ভৱনগৰৰ চিকিৎসা মহাবিদ্যালয়ত অভিজ্ঞ চিকিৎসকৰ ব্যস্ত কাৰ্যকলাপৰ মাজত

সাত মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; প্ৰায় ৪৩ জন লোকৰ মৃত্যু

বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ৰাজধানী ঢাকাৰ এটা সাত মহলীয়া অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৪৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী সামন্ত লাল সেনে ঢাকা মেডিকেল কলেজ হাস্পতাল আৰু সমীপৰে

চূড়ান্ত হ’ল বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা! অগপক ২ খন, UPPLক দিলে ১ খন

কোন কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা? কোনে পাব প্ৰাৰ্থিত্ব? এই লৈ চৰ্চা অব্যাহত থকাৰ মাজতে বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিজেপিৰ বৈঠকতে অসমৰ সমাগত লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ বাটোৱাৰা চূড়ান্ত কৰা হয়। আমাৰ হাতত আহি পৰা তথ্য

অন্তিমখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা; উভতিল এইগৰাকী তাৰকা ক্ৰিকেটাৰ

পঞ্চম তথা শৃংখলাৰ অন্তিমখন টেষ্টৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা শৃংখলাৰ অন্তিমখন টেষ্ট মেচ অহা ৭ মাৰ্চৰ পৰা ধৰ্মশালাত অনুষ্ঠিত হ’ব। জ্যেষ্ঠ তথা অভিজ্ঞ বেটছমেন কে এল ৰাহুল পঞ্চম টেষ্টখনতো সুযোগ লাভ কৰা

১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ অভিযুক্ত আব্দুল কৰিম দোষমুক্ত । ishan news

১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত ডাঙৰ ৰায়দান দি মূল অভিযুক্ত আব্দুল কৰিম টুণ্ডাক দোষমুক্ত কৰিলে ৰাজস্থান আদালতে। ৰাজস্থানৰ আজমেৰৰ টাডা আদালতে এই সিদ্ধান্ত প্ৰদান কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ ৩১ বছৰৰ পাছত আদালতে এই সিদ্ধান্ত দিয়ে।

দ’ খাৱৈত বাগৰিল চাৰিচকীয়া বাহন; এখন গাঁৱৰে ৬ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ পৰা আহিছে এক মৰ্মান্তিক দুৰ্ঘটনাৰ খবৰ। ডেৰাডুনৰ টুইনিত সংঘটিত এই দুৰ্ঘটনাটোত হিমাচল প্ৰদেশৰ ৬ গৰাকী লোক নিহত হোৱাৰ লগতে এজন আহত হয়। হিমাচল প্ৰদেশৰ এখন গাঁৱৰ পৰা অহা লোক কেইজনৰ গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৬ জন লোকৰ