ISHAN NEWS – Always One Step Ahead of Time…

২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে কেইগৰাকীমান মুছলমান বিধায়কহে থাকিব কংগ্ৰেছত : হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনৰ পূৰ্বে এজনৰ পিছত আন এজন বিধায়ক তথা শীৰ্ষ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিয়া বা চৰকাৰক সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য প্ৰদান কৰিছে। মঙলবাৰে মুখ্যমন্ত্ৰী শৰ্মাই

টি-২০ ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ গঢ়িলে নামিবিয়াৰ বেটাৰে 

আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত দ্ৰুততম শতকৰ নতুন বিশ্ব অভিলেখৰ গৰাকী হ’ল নামিবিয়াৰ য়ান নিক’ল লফটি এটন। ইয়াৰ পূৰ্বে টি-২০ দ্ৰুততম শতকৰ বিশ্ব অভিলেখৰ গৰাকী আছিল নেপালৰ কুশল মল্ল। যোৱা বছৰ অনুষ্ঠিত হোৱা এছিয়ান গেমছত মংগোলিয়াৰ বিৰুদ্ধে

অসমৰ ১২ সমষ্টিত কোন হ’ব বিজেপিৰ প্ৰাৰ্থী! তালিকা লৈ দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি

অসমৰ ১৪টা সমষ্টিৰ ভিতৰত ১২টা সমষ্টিত বিজেপি দলৰ কোন হ’ব প্ৰাৰ্থী। ইয়াক লৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাৰ মাজতে ১২টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীলৈ ৰাওনা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।

ভয়ংকৰ; দলঙৰ পৰা নদীত বাগৰিল বাছ, প্ৰাণ হেৰুৱালে ৩১ গৰাকীয়ে

পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত ৩১ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি প্ৰশাসনে নিশ্চিত কৰিছে। দেশখনৰ পৰিবহন মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি, মঙলবাৰে মালিৰ পশ্চিম দিশৰ চহৰ কেনিবাৰ সমীপৰ

আন এক সফলতা; নিৰাপত্তাৰক্ষীৰ গুলীত চাৰিজন মাওবাদীৰ মৃত্যু

মঙলবাৰে চত্তীশগড়ৰ বীজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৪ গৰাকী মাওবাদী নিহত হৈছে। জাংলা আৰক্ষী থানাৰ অন্তৰ্গত এখন জংঘলত সংঘটিত হৈছিল এই সংঘৰ্ষ। জানিব পৰা মতে, মাও অধ্যুষিত অঞ্চলটোত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু চি আৰ পি এফৰ যুটীয়া

দিল্লীত চাৰিটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AAP-ৰ

লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা আম আদমি পাৰ্টীয়ে দিল্লীৰ চাৰিটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। নতুন দিল্লীৰ পৰা সোমনাথ ভাৰতীয়ে, দক্ষিণ দিল্লীৰ পৰা সহী ৰাম পহলৱানে, পূব দিল্লীৰ পৰা কুলদীপ কুমাৰে আৰু পশ্চিম

উচ্চতম ন্যায়ালয়ৰ ৰোষত পতঞ্জলি; ‘বিভ্ৰান্তিকৰ’ বিজ্ঞাপন প্ৰচাৰত বাধা

সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে বাবা ৰামদেৱ নেতৃত্বাধীন পতঞ্জলি প্ৰতিষ্ঠান। আয়ুৰ্বেদ প্ৰতিষ্ঠানটোৱে কৰা স্বাস্থ্য সম্বন্ধীয় সামগ্ৰীৰ সকলো বিজ্ঞাপনক বিভ্ৰান্তিকৰ আৰু ভুল বুলি মন্তব্য কৰি এই সমূহত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

গুজৰাট টাইটানছত মহম্মদ ছামীৰ ঠাই কোনে ল’ব? চৰ্চাত দুগৰাকী খেলুৱৈ

সফলতাৰে সম্পন্ন হৈ গ’ল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীৰ গোৰোহাৰ অস্ত্ৰোপচাৰ। ইয়াৰ পিছতে তেওঁ শীঘ্ৰে সুস্থ হৈ খেলপথাৰলৈ উভতি অহাৰ কামনা কৰিছে অনুৰাগীসকলে। আঘাতৰ বাবে আই পি এলৰ ২০২৪ ছিজনৰ বাবে ইতিমধ্যেই বাহিৰ হৈছে মহম্মদ

দেশৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ পশু প্ৰেম…

আপুনি, মই সমাজখনত বিভিন্ন সময়ত বহু ঘটনা-পৰিঘটনাৰ সন্মুখীন হওঁ বা দেখো। মানুহৰ সমান্তৰালকৈ জীৱ-জন্তুৰ ওপৰতো একাংশই চলাই নিৰ্মম অত্যাচাৰ। কেতিয়াবা অত্যাচাৰৰ চূড়ান্ত ৰূপ নেদেখা নহয়। জীৱ শ্ৰেষ্ঠ মানৱৰ হাতত বহু জীৱ-জন্তুৰ প্ৰাণ পৰ্যন্ত