ISHAN NEWS – Always One Step Ahead of Time…

তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যু আৰক্ষী উপ-পৰিদৰ্শকৰ

শনিবাৰে পুৱতি নিশা হাৰিয়ানাৰ গুৰুগ্ৰামৰ গলফ কোৰ্চ ৰোডত এখন দ্ৰুতবেগী বাহনে এখন গাড়ীত খুন্দা মৰাৰ ফলত গাড়ীখনত থকা মেঘালয় আৰক্ষীৰ এজন উপ-পৰিদৰ্শক নিহত হোৱাৰ বিপৰীতে তেওঁৰ বন্ধু গুৰুতৰভাৱে আহত হয়। গুৰুগ্ৰাম আৰক্ষীয়ে জনোৱা মতে,

ভাৰত জোড়ো ন্যায় যাত্ৰা আধাতে এৰি নিজ সমষ্টিলৈ ৰাওনা ৰাহুল গান্ধী ।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নেতৃত্ব দি বিহাৰৰ পৰা উত্তৰ প্ৰদেশত উপস্থিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি হঠাতে যাত্ৰা সামৰি নিজ সমষ্টি ৱায়ানাদলৈ ৰাওনা হয়। আজি চান্দৌলি আৰু বাৰাণসী ভ্ৰমণ কৰাৰ পিছতে ভাদোহী ভ্ৰমণ বাতিল কৰি ৱায়ানাদলৈ

ডিব্ৰুগড়ৰ জেইলত চাঞ্চল্যকৰ ঘটনা; খালিস্তানী নেতা অমৃতপাল সিঙৰ কুঠৰীৰ পৰা উদ্ধাৰ বহু আপত্তিজনক…

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে নিৰাপত্তা ব্যৱস্থাৰ এক গুৰুতৰ ত্ৰুটিৰ ঘটনা। খালিস্তানী নেতা তথা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ লগতে আন ৯জন সহযোগী বন্দী হৈ থকা জেইলখনৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী। অমৃত পাল

চাঞ্চল্যকৰ! ২১ টাকৈ কুকুৰক গুলীয়াই হত্যা কৰি পলায়ন হত্যাকাৰীৰ

ৰাস্তাত অহা-যোৱা কৰোতে কুকুৰে আমাক প্ৰায়ে আমনি কৰে। কিন্তু সেইবুলি জানো আমি সিহঁতক অনিষ্ট কৰিম? তেনেকুৱা এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তেলেংগানাত। মানৱৰ নামত দানৱৰূপী এগৰাকী অচিনাক্ত লোকে গাড়ীৰে আহি ২১ টাকৈ পথৰ কুকুৰক গুলীয়াই হত্যা

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ৯ গৰাকী লোকৰ মৃত্যু, আহত বহু

তামিলনাডুৰ বিৰুধুনগৰ জিলাস্থিত এটা ফটকাৰ কাৰখানাত সংঘটিত ভয়ংকৰ বিস্ফোৰণত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হোৱাৰ খবৰ আহিছে। শনিবাৰে সংঘটিত এই বিস্ফৰণটো ইমানেই শক্তিশালী আছিল যে কাৰাখানাটোৰ উপৰি সমীপতে থকা আন চাৰিটা অট্টালিকাৰো

মাত্ৰ ১৯ বছৰ বয়সতে মৃত্যু এইগৰাকী অভিনেত্ৰীৰ; আমিৰ খানৰ ছবিত কৰিছিল অভিনয় । ISHAN NEWS

‘দংগল গাৰ্ল’ৰূপে পৰিচিত সুহানী ভাটনগৰ আৰু নাই। ১৭ ফেব্ৰুৱাৰী অৰ্থাত আজি সুহানী ভাটনগৰে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯। ২০১৬ চনত মুক্তি লাভ কৰা আমিৰ খানৰ দংগল ছবিখনত মল্লযোদ্ধা ববিতা ফোগাটৰ শিশু কালৰ

আজি বিয়লি মহাকাশলৈ যাব ‘NAUGHTY BOY’

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শ্ৰী হৰি কোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি বিয়লি ৫.৩৫ বজাত বতৰ বিজ্ঞান অধ্যয়ন সম্পৰ্কীয় এটা উপগ্ৰহ উৎক্ষেপণ কৰিব। উপগ্ৰহটোৰ নাম GSLV-F14/INSAT-3DS। উপগ্ৰহটোৰ ওজন ২,২৭৪ কিলোগ্ৰাম লগতে ইয়াৰ নিৰ্মাণত

শুভ্ৰ বৰফৰ দলিচাত তবলা বজাই ভাইৰেল এজন যুৱক

বৰফেৰে আৱৰা পাহাৰত মঞ্চ বনাই তবলাত সুৰ তুলিলে ‘মাহিয়ে জিন্না সোহনা’ গীতত। তবলাটো প্ৰতিধ্বনিত হোৱাৰ লগে লগে যেন নিয়ৰৰ টুকুৰাবোৰেও কাণ দি ৰৈ গৈছে। বতাহৰ শীতলতাক আওকাণ কৰি তবলাত আইকনিক সুৰত ছন্দ মিলালে যুৱকজনে। হিমশীতল পৰিৱেশৰ এই মনোমোহা

সমলিংগ বিবাহক বৈধতা প্ৰদান গ্ৰীচৰ

ইউৰোপীয় দেশ গ্ৰীচে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিছে। বিশ্বৰ প্ৰথমখন অতি ৰক্ষণশীল খ্ৰীষ্টান অধ্যুষিত দেশ হিচাপে গ্ৰীচে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰাৰ লগে লগে ইউৰোপজুৰি সৃষ্টি হৈছে আলোড়ন। বৃহস্পতিবাৰে সংসদত ১৭৬-৭৬ ভোটৰ পিছত সমলিংগ

কলকাতাত উজলিল অসমৰ নৃত্যশিল্পী ঊষাৰাণী বৈশ্য

হাতীগাঁও কীৰ্তন কলা কেন্দ্ৰৰ পৰিচালক তথা সংগীত নাটক একাডেমী বঁটা বিজয়ী তথা এগৰাকী বিশিষ্ট নৃত্যশিল্পী ঊষাৰাণী বৈশ্যক ২০২৪ বৰ্ষৰ সুধা দত্ত বঁটা প্ৰদান কৰা হয়। শেহতীয়াকৈ কলকাতাৰ সমীৰ ব্ৰহ্মচাৰী বিশ্ব সেৱা আশ্ৰমত কেন্দ্ৰীয় কেবিনেট