ISHAN NEWS – Always One Step Ahead of Time…

থানাৰ ভিতৰত গুলীচালনা কৰা বিজেপি বিধায়কক গ্ৰেপ্তাৰ । ISHAN NEWS

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। থানাৰ ভিতৰত শিৱসেনা (সিন্দে গোট)ৰ নেতাৰ ওপৰত নিৰ্বিচাৰ গুলী চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী বিধায়ক। শুকুৰবাৰে উলহাছনগৰ চহৰৰ হিল লাইনছ আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী

হেমন্ত ছোৰেনক আস্থা ভোটত অংশ লোৱাৰ অনুমতি বিশেষ আদালতৰ

৫ ফেব্ৰুৱাৰীত ঝাৰখণ্ড বিধানসভাত হ’বলগীয়া আস্থা ভোটত অংশ ল’বৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক অনুমতি প্ৰদান কৰিছে ৰাঁচীৰ এখন বিশেষ আদালতে। ভূমি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ হোৱা হেমন্ত ছোৰেনে বিশেষ ধন সৰবৰাহ প্ৰতিৰোধ আইন

পঞ্জাৱৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতৰ পদত্যাগ; হঠাৎ কিয় ল’লে এই সিদ্ধান্ত?

পঞ্জাৱৰ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসক বানৱাৰীলাল পুৰোহিতে শনিবাৰে নিজ পদৰ পৰা পদত্যাগ কৰে। তেওঁ এই পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে তেওঁ ব্যক্তিগত কাৰণৰ বাবে এই

দ্বিশতক অৰ্জনেৰে যশস্বী জয়ছোৱালে ৰচিলে ইতিহাস, ভংগ তেণ্ডুলকাৰৰ অভিলেখ

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন টেষ্ট মেচত ইতিহাস ৰচিছে যশস্বী জয়ছোৱালে। টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক অৰ্জন কৰি বিশ্ব ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰিছে জয়ছোৱালে। উল্লেখ্য যে জয়ছৱালে দ্বিশতক সম্পূৰ্ণ কৰাৰ লগে লগে তেওঁ এক বিশেষ

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন, প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা

ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হ’ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এই ঘোষণা কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত কয়, ‘লালকৃষ্ণ আদৱানীক ভাৰত ৰত্নৰে

ঘৰত খুন্দা মাৰিলে বিমানে! নিহত পাইলটসহ ৩ জন

ভয়ংকৰ বিমান দুৰ্ঘটনাত পাইলটসহ ৩ জন লোকৰ মৃত্যু হৈছে। আমেৰিকাৰ ফ্লৰিডাত সংঘটিত হৈছে এই ঘটনা। মোৱাইল ঘৰত খুন্দা মৰাৰ পিছত ভূপতিত হয় বীচক্ৰাফ্ট বোনাঞ্জা বিমানখন। বিমান দুৰ্ঘটনাটোত পাইলট আৰু ঘৰৰ ভিতৰত থকা আন দুজন লোকৰ মৃত্যু হয়। ফ্লৰিডাৰ

প্ৰতিশোধ ললে আমেৰিকাই! ইৰাক-ছিৰিয়াত আমেৰিকাৰ এয়াৰষ্ট্ৰাইক, ১২৫ বিধ অস্ত্ৰৰে চলিছে আক্ৰমণ

মাৰ্কিন সেনাৰ হত্যাৰ প্ৰতিশোধ ললে আমেৰিকাই! মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ নিৰ্দেশত ইৰাক-ছিৰিয়াত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। ছিৰিয়া আৰু ইৰাকত ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিত এয়াৰষ্ট্ৰাইক আমেৰিকান সেনা বাহিনীৰ। মাৰ্কিন সেনাৰ আক্ৰমণত ৬ জন লোক