ISHAN NEWS – Always One Step Ahead of Time…

ভয়ংকৰ দুৰ্ঘটনা; নদীত বাগৰিল যাত্ৰীবাহী বাছ, দুজন ভাৰতীয়সহ ১২জনৰ মৃত্যু

নেপালত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। নেপালৰ লুম্বিনি প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাত দুজন ভাৰতীয় নাগৰিককে ধৰি কমেও ১২জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩জন লোক আহত হয়। জানিব পৰা মতে, যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাপ্তী

কয়লা খনিত ভয়ংকৰ অঘটন; ১০ জন লোকৰ মৃত্যু, ৬ জন সন্ধানহীন

শনিবাৰে চীনৰ হেনান প্ৰদেশৰ এটা কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। এই দুৰ্ঘটনাত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জনকৈ লোক সন্ধানহীন হৈ আছে। স্থানীয় বিষয়াসকলে জানিব দিয়া মতে, পিংডিংছানত কয়লা আৰু গেছৰ সংস্পৰ্শলৈ অহাৰ পিছতে এই

মই দেশভক্ত, অন্ধভক্ত নহয় : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত উদ্ধৱ থাকৰেৰ মন্তব্য

মহাৰাষ্ট্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই ৰাম মন্দিৰ সন্দৰ্ভত পুনৰ এবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাম মন্দিৰ নিৰ্মাণ হৈ আছে আৰু ইয়াক লৈ সকলো আনন্দিত, কিন্তু মই দেশভক্ত, অন্ধভক্ত নহয়। ‘ৰাম মন্দিৰ

পত্নীয়ে স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক নকৰাটো নিষ্ঠুৰতা! যাৰ বাবে স্বামীয়ে বিচাৰিব পাৰে বিবাহ বিচ্ছেদ।…

কোনো কাৰণ নোহোৱাকৈ পত্নীয়ে স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰাটো একপ্ৰকাৰ নিষ্ঠুৰতা! যাৰ বাবে স্বামীয়ে বিচাৰিব পাৰে বিবাহ বিচ্ছেদ। বিবাহ বিচ্ছেদৰ গোচৰত এক গোচৰত এই ৰায় দিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। আদালতে কয় যে কোনো ধৰণৰ

৭ বছৰৰ অন্তত সন্ধান ওলাল নিৰুদিষ্ট বিমানৰ। ২৯ যাত্ৰীৰ সৈতে কি ঘটিছিল সেইদিনা

২০১৬ চনৰ ২২ জুলাইৰ কথা। পুৱা ৮.৩০ বজাত ২৯ গৰাকী যাত্ৰীক লৈ চেন্নাইৰ পৰা পোৰ্ট ব্লেয়াৰ অভিমুখে উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ An-32 বিমানখনে। ৬ ক্ৰু মেম্বাৰসহ বিমানখনত আছিল ২৩ গৰাকী অন্য লোক। সঠিত সময়মতে চেন্নাইৰ পৰা উৰা মাৰিলেও কিন্তু

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা; স্থান নাপালে এই দুগৰাকী ক্ৰিকেটাৰে

শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট মেচৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে। ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্ট মেচৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোত স্থান নাপালে বেগী বলাৰ মহম্মদ ছামি

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা! ২২ জানুৱাৰীত ছুটী লাভ কৰিব এইখন দেশৰ হিন্দু কৰ্মচাৰীয়ে। ISHAN…

কেইটামান দিনৰ পাছতেই অন্ত পৰিব অপেক্ষাৰ। অহা ২২ জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ। ভাৰতৰ লগতে বিদেশতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ব্যাপক উছাহ। ইয়াৰ মাজতে মৰিছাচ চৰকাৰৰ ডাঙৰ ঘোষণা। মৰিছাচৰ প্ৰশাসনে ২২ জানুৱাৰীত

ঘন কুঁৱলীত আৱদ্ধ যাত্ৰীবাহী বিমান! বাংলাদেশ পালেগৈ গুৱাহাটীলৈ আহি থকা বিমান । ISHAN NEWS

মুম্বাইৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন যাত্ৰীবাহী বিমানে বাংলাদেশৰ ঢাকাত জৰুৰীভাৱে অৱতৰণ কৰিছে। ঘন কুঁৱলীৰ বাবে গুৱাহাটীৰ বিমানবন্দৰত বিমানখন অৱতৰণ কৰাব নোৱাৰিলে পাইলটে। যাৰ বাবে অসমৰ পৰা ৪০০ কিলোমিটাৰ দূৰৈত ঢাকাত বিমানখন অৱতৰণ

ভোগালী বিহু বুলি পৰিয়াল তথা আত্মীয়ৰ লগত এসাঁজ মাছ-মাংসৰে জুতি লগাই খাব… ISHAN NEWS

কাইলৈ হেঁপাহৰ উৰুকা। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া ব্যাপক প্ৰস্তুতি ভোগালীক আদৰাৰ। চুঙা পিঠা, দৈ, চুৰা, বিভিন্ন বিধ পিঠা আৰু লাৰুৰ কথাই মনলে আহে প্ৰতিজন অসমীয়াৰ । https://fb.watch/pxKS57AgE7/ ভোগালী বিহু বুলি কোৱাৰ লগে লগেই

আজিলৈকে কোনেও কৰিব নোৱাৰা অভিলেখ গঢ়িলে ছাউথীয়ে । ISHAN NEWS…

জয়েৰে টি-২০ শৃংখলাৰ অভিযান আৰম্ভ কৰিছে নিউজিলেণ্ডে। পাকিস্তানৰ বিৰুদ্ধে চলা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত আজি নিউজিলেণ্ডে পাকিস্তানক ৪৬ ৰানত পৰাস্ত কৰে। সুন্দৰ বেটিঙৰ বাবে ডেৰিয়েল মিচেলক মেন অৱ দ্যা মেচ প্ৰদান কৰা হয় যদিও টিম ছাউথীয়ে