ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত-মালদ্বীপ বিতৰ্ক সন্দৰ্ভত ক্ৰিকেটাৰ মহম্মদ ছামীৰ গুৰুত্বপূৰ্ণ মন্তব্য

ভাৰত-মালদ্বীপৰ মাজত চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামীয়ে ভাৰতীয় পৰ্যটনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই নাগৰিকসকলক ভাৰতৰ সমুদ্ৰ তীৰসমূহৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহ্বান জনায়।

’12th ফেইল’ -IMDBৰ সৰ্বাধিক মূল্যাংকিত ভাৰতীয় ছবি

বিধু বিনোদ চোপ্ৰাৰ '12th ফেইল' IMDB ত সৰ্বাধিক মূল্যাংকিত ভাৰতীয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।'অপেনহেইমাৰ' আৰু 'বাৰ্বী'ক চেৰ পেলাই বিক্ৰান্ত মেছী আৰু মেধা শ‍ংকৰ অভিনীত 12th ফেইলে বিশ্বজুৰি ৬৭ কোটি টকা‌ উপাৰ্জন কৰে,যি বছৰটোৰ এক

ভয়ংকৰ পথ দুৰ্ঘটনাত ২ আৰক্ষী পৰিদৰ্শকৰ মৃত্যু

সোমবাৰে নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন আৰক্ষী পৰিদৰ্শকৰ মৃত্যু হয়। হাৰিয়ানাৰ চোনিপটত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দিল্লী আৰক্ষীৰ পৰিদৰ্শক দীনেশ বেনিৱাল আৰু আদৰ্শ নগৰ থানাত কৰ্মৰত এ, টি, অ’ পৰিদৰ্শক ৰণবীৰৰ থিতাতে মৃত্যু হয় । জানিব

বিলকিছ বানুৰ গোচৰৰ ১১ দোষীক দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে বিলকিছ বানুৰ গোচৰৰ ১১ জন দোষীক দুসপ্তাহৰ ভিতৰত জেল কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। আজি বিলকিছ বানোৰ দোষীক গুজৰাট চৰকাৰে মুকলি কৰি দিয়া গোচৰত উচ্চতম ন্যায়ালয়ে দোষীক দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ

ভাৰত আৰু মালদ্বীপৰ কূটনৈতিক বিবাদঃ মালদ্বীপৰ দূতক তলব

ভাৰত আৰু মালদ্বীপৰ মাজৰ কূটনৈতিক বিবাদে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত মালদ্বীপৰ মন্ত্ৰীসকলে কৰা অপমানজনক মন্তব্যই বিতৰ্কৰ ধুমুহা সৃষ্টি কৰিছে। ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা

বিবাহৰ পিছত উদয়পুৰত ইৰা -নুপূৰ! বন্ধু-বান্ধৱীৰ লগত কৰিলে অদ্ভূত কাম !

৩ জানুৱাৰীত আমিৰ কন্যা ইৰা খান আৰু নুপূৰ শিখৰৰ বিবাহ অনুষ্ঠান মুম্বাইৰ এক বিলাসী হোটেলত অনুষ্ঠিত হয়। উপস্থিত থাকে পৰিয়ালৰ সদস্য, আত্মীয় আৰু ঘনিষ্ঠ বন্ধু। দীৰ্ঘদিনীয়া প্ৰেমিক নুপূৰৰ সৈতে কিছুদিন পূৰ্বে আইনী বিবাহ কৰিছিল ইৰাই।নিজৰ বিবাহ

উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত ।পুনৰ জেললৈ যাব লাগিব বিলকিছ বানোৰ দোষী ।

উচ্চতম ন্যায়ালয়ে সলনি কৰিলে গুজৰাট চৰকাৰৰ সিদ্ধান্ত ।পুনৰ জেললৈ যাব  লাগিব বিলকিছ বানোৰ দোষী ।২০২২ চনৰ আগষ্ট মাহত গুজৰাট চৰকাৰে বিলকিছ বানোক দলবদ্ধ ভাবে শাৰীৰিক নিৰ্যাতন চলোৱা গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা  ১১ জন দোষীক মুকলি কৰি

বাংলাদেশৰ নিৰ্বাচনত শ্বেখ হাছিনাৰ জয়লাভ । ishan news

বিপুল পৰিমাণৰ ভোট লাভেৰে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাৰ জয়লাভ ।গোপালগঞ্জ-৩ সমষ্টিৰ পৰা জয়লাভ কৰে শ্বেখ হাছিনাই।শেহতীয়া ফলাফল মতে শ্বেখ হাছিনাৰ দল আৱামী লীগৰ হাতলৈকে আহিব পুনৰ ক্ষমতাৰ বাঘজৰী। মূল বিৰোধী দল বিএনপিকে ধৰি

আক্ৰমণৰ ভয়! বাতৰি পঢ়াৰ সময়তো এংকৰে লৈ ফুৰিছে পিষ্টল; ভাইৰেল ফটো । ISHAN NEWS…

ইজৰাইল আৰু হামাছৰ মাজত বিগত তিনিমাহৰ পৰা চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। দুয়োপক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত এই পৰ্যন্ত ২০ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে। যুদ্ধৰ বাবে দুয়োখন দেশৰ নাগৰিকে এতিয়া ভয়-ভীতিৰে দিন পাৰ কৰিবলগীয়া হৈছে।