Browsing Category
ASSAM
বঙাইগাঁৱত ১৪৪ ধাৰা জাৰি।
আজিৰে পৰা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা।পৰীক্ষাৰ বাবে বঙাইগাঁৱত ১৪৪ ধাৰা জাৰি। জিলাখনৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ শালমাৰাৰ ডি পি মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সিদলসতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত!-->…
প্ৰচণ্ড তাপদহনত অতিষ্ঠ জনসাধাৰণ; ১৫ জনে সাৱটিলে মৃত্যুক
বিগত ১০ দিন ধৰি দেশত অব্যাহত আছে প্ৰচণ্ড গৰম। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। উকট গৰমৰ ফলতেই ৰাজস্থানত প্ৰাণ হেৰুৱাইছে ৯ জন লোকে। বালোতৰা আৰু জালৌৰ জিলাত চাৰিজনকৈ আৰু জয়ছলমেৰত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে।
!-->!-->!-->…
এতিয়া কৃষ্ণ চূড়া, ৰাধ চূড়া ফুলাৰ বতৰ। গ্ৰীষ্মক আদৰিবলৈ যেন প্ৰকৃতিয়ে সলাইছে ৰং
প্ৰকৃতিৰ বুকুত ভিন্ন ৰঙীন ফুলৰ মেলা। শান্ত ধৰাৰ বুকুত সাতোৰঙী ৰঙৰ সমাহাৰ । গ্ৰীষ্মক আদৰিবলৈ যেন প্ৰকৃতিয়ে সলাইছে ৰং ।
এতিয়া কৃষ্ণ চূড়া, ৰাধ চূড়া ফুলাৰ বতৰ। সেউজীয়া প্ৰকৃতিৰ বুকুত এতিয়া ফুলিছে ৰঙা, বগা, হালধীয়া আৰু নানা জাতৰ ফুল।!-->!-->!-->!-->!-->…
গুৱাহাটীৰ পৰা দুই সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
সোমবাৰে গুৱাহাটীত আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ দুই সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীৰ বিশেষ শাখাই দুয়োজনকে গ্ৰেপ্তাৰ কৰে।
অসম আৰক্ষীৰ বিশেষ শাখাৰ সূত্ৰৰ মতে, বিশ্বাসযোগ্য!-->!-->!-->…
বকোত ভয়াৱহ পথ দুৰ্ঘটনা; শিশু-মহিলাসহ ৭ জন আঘাতপ্ৰাপ্ত
বকোৰ লামপাৰাত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু টয়'টা ইটিঅচ ক্ৰ'চৰ মুখামুখি সংঘৰ্ষত শিশু-মহিলাসহ ৭ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাস্কৰ ভট্টাচাৰ্যক ততাতৈয়াকৈ!-->!-->!-->…
POK ঘূৰাই অনা আৰু UCC কাৰ্যকৰী কৰিবলৈ বিজেপিক ৪০০ৰো অধিক আসনৰ প্ৰয়োজন: মুখ্যমন্ত্ৰী শৰ্মা
ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ অভিন্ন দেৱানী বিধি কাৰ্যকৰী, মথুৰাৰ কৃষ্ণ জন্মভূমিত মন্দিৰ নিৰ্মাণ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ’ কে) পুনৰ ঘূৰাই অনাৰ বাবে বিজেপি মিত্ৰজোঁটে এইবাৰৰ লোকসভা নিৰ্বাচনত ৪০০ ৰো অধিক আসন জয়ী হোৱাৰ প্ৰয়োজন।!-->…
বকোত EVM কঢ়িওৱা ট্ৰেভেলাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ; দুজনৰ অৱস্থা সংকটজনক
বকোৰ শিংৰাত পথ দুৰ্ঘটনা। EVM কঢ়িওৱা ট্ৰেভেলাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ। দুই বাইক আৰোহীৰ অৱস্থা অতি সংকটজনক। ততাতৈয়াকৈ বকো প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি দুই আহতক।
বকোৰ নগৰবেৰাৰ পৰা EVM কঢ়িয়াই আনিছিল ট্ৰেভেলাৰখনে। আহত দুজনক!-->!-->!-->…
মৰ্মান্তিক; বেকী নৈত সন্ধানহীন তিনি যুৱক, এজনৰ মৃতদেহ উদ্ধাৰ
বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নাৰায়নগুৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। বেকী নৈত সন্ধানহীন হৈ পৰিছে দুই ভাই-ককাইসহ তিনিজন যুৱক। ইয়াৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে।
বাঁহবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়নগুৰীৰ বেকী নৈত সংঘটিত!-->!-->!-->…
মৰমৰ শিল্পীগৰাকীক কাষতে পাই চুমাৰে উপচাই পেলালে অনুৰাগীয়ে
জুবিন অনন্য অদ্বিতীয়। সুৰৰ মায়াজালেৰে সেই কথা পুনৰ প্ৰমাণ কৰি দিলে ডিব্ৰুগড়ত। বিগত দুটা দিনে ডিব্ৰুগড়ৰ ৰাইজক সুৰৰ মায়াজালত বন্দী কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে।
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় ৰাইজৰ সহযোগত!-->!-->!-->…
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অসমৰ এইসমূহ অঞ্চলত ড্ৰাই ডে’ ঘোষণা
২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চলত ড্ৰাই ডে’ ঘোষণা কৰিছে।
২৪ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ ৫ বজালৈকে এই পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চল!-->!-->!-->…