ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী পথ দুৰ্ঘটনা; ৪ জন লোকৰ মৃত্যু, ৩ জন আহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত শনিবাৰে এক বিলাসী বাহন পথ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে। এই দুৰ্ঘটনাত চাৰিজন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ আটাইকেইজন

মোবাইলত কথা পাতি থাকোতেই ঘটিল বিস্ফোৰণ; কৰুণ মৃত্যু অসম আৰক্ষীৰ জোৱানৰ

দৈনন্দিন জীৱনত এৰাব নোৱাৰা অংগ হিচাপে ব্যৱহাৰ কৰি অহা মোবাইল ফোনটোৱে হৈ পৰিল এজন জোৱানৰ মৃত্যুৰ কাৰণ। মোবাইলৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ এজন জোৱানে। বৃহস্পতিবাৰে নিশা সংঘটিত এই কৰুণ দুৰ্ঘটনাটোত মৃত্যুক

প্ৰচণ্ড তাপদহনত অতিষ্ঠ জনসাধাৰণ; ১৫ জনে সাৱটিলে মৃত্যুক

বিগত ১০ দিন ধৰি দেশত অব্যাহত আছে প্ৰচণ্ড গৰম। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। উকট গৰমৰ ফলতেই ৰাজস্থানত প্ৰাণ হেৰুৱাইছে ৯ জন লোকে। বালোতৰা আৰু জালৌৰ জিলাত চাৰিজনকৈ আৰু জয়ছলমেৰত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

ভয়ংকৰ দুৰ্ঘটনাত পতিত বৈষ্ণো দেৱী দৰ্শন কৰিবলৈ যোৱা ভক্তৰ বাহন; ৭ জনৰ মৃত্যু, ২০ ৰো অধিক আহত

শুকুৰবাৰে পুৱা দিল্লী-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে সাতগৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে। আজি ৰাতিপুৱা আম্বালাত সংঘটিত এই পথ দুৰ্ঘটনাটোত

অসমৰ যুৱকক মৃত্যুদণ্ডৰ শাস্তি কেৰালা উচ্চ ন্যায়ালয়ৰ; আইনৰ ছাত্ৰীৰ সৈতে কৰিছিল ভয়ংকৰ কাণ্ড

কেৰালা উচ্চ ন্যায়ালয়ে পেৰুম্বাৱুৰ অঞ্চলত এগৰাকী আইনৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত অসমৰ এজন যুৱকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। সোমবাৰে মৃত্যুদণ্ড নিশ্চিত কৰা অসমৰ যুৱকজন হ’ল মহম্মদ আমিৰ-উল ইছলাম। জানিব পৰা অনুসৰি, কৰ্মৰ

ভোটগ্ৰহণৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ; বিজেপি নেতাৰ মৃত্যু, দুজন আহত

লোকসভা নিৰ্বাচনৰ ভোটদানৰ দুদিন পূৰ্বে শনিবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে দুটাকৈ ভয়ংকৰ আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰাক্তন গাঁও প্ৰধান তথা বিজেপি নেতা নিহত হোৱাৰ বিপৰীতে ৰাজস্থানৰ দম্পতী আহত হয়। দেশত ৭টা

সাংসদক আক্ৰমণ কৰা বিভৱ কুমাৰক মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ

আম আদমী পাৰ্টিৰ সাংসদ স্বাতী মালিৱালৰ ওপৰত সংঘটিত আক্ৰমণৰ অভিযোগত শনিবাৰে দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰে। শনিবাৰে দিল্লী আৰক্ষীৰ দলটোৱে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ বিভৱ

আন এক বিপদ! কেজৰিৱাল আৰু AAPৰ বিৰুদ্ধে অভিযোগনামা দাখিল ইডিৰ

দিল্লী সুৰা কেলেংকাৰীৰ অভিযোগত আম আদমি পাৰ্টি আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰিছে অভিযোগনামা। ইডিয়ে ৰাউজ এভিনিউ আদালতত দাখিল কৰা পৰিপূৰক অভিযোগনামাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে তেওঁৰ দলকো

অৰবিন্দ কেজৰিৱালৰ বাসগৃহত দিল্লী আৰক্ষী; জানক ঘটনাৰ সকলো তথ্য…

দিল্লীৰ মুখ্যমন্ত্ৰী ভৱনত আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ ঘটনাটোৱে লৈছে নতুন মোৰ। মালিৱালৰ সৈতে হোৱা অসৎ আচৰণ আৰু আক্ৰমণৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে শুকুৰবাৰে। এই ভিডিঅ'টো দিল্লীৰ মুখ্যমন্ত্ৰী আৱাসৰ বুলি

সমাজ কল্যাণ সঞ্চালকৰ কমিছনৰ অংকত ৰাজ্যত বন্ধ শিশু খাদ্যৰ যোগান!

সমাজ কল্যাণ বিভাগে ক’ড অৱ কণ্ডাক্টৰ নামত বন্ধ ৰাখিছে শিশু খাদ্য যোগান। লোকসভা নিৰ্বাচনৰ দোহাই দি যোৱা এপ্ৰিল মাহৰ পৰাই শিশুৰ খাদ্য যোগান বন্ধ ৰখাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কোনো পৰিস্থিতিতে শিশু খাদ্যৰ যোগান বন্ধ ৰাখিব