Browsing Category
POLITICS
নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ
নিৰ্বাচনী বণ্ড আঁচনি সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে।
লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক আখ্যা!-->!-->!-->…
লোকসভা এৰি ৰাজ্যসভালৈ ছোনিয়া গান্ধী; এটা যুগৰ অন্ত নে কংগ্ৰেছৰ নতুন পৰিকল্পনা!
লোকসভাত আৰু দেখা পোৱা নাযাব কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক। ২৫ বছৰৰ পিছত লোকসভা এৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
বিভিন্ন পৰিস্থিতিৰ মাজেৰে ৰাজনীতিত প্ৰৱেশ ঘটা ছোনিয়া গান্ধীয়ে এইবাৰ ৰাজ্যসভাৰ জৰিয়তে সংসদত প্ৰৱেশ!-->!-->!-->…
ৰাজ্যসভা নিৰ্বাচনঃ ৫ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ, তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰো নাম……
ৰাজ্যসভাৰ নিৰ্বাচন সমাগত। এনেসময়তে কেন্দ্ৰত শাসনত থকা ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে বুধবাৰে পুনৰ ৫ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
দেশৰ কেইবাখনো ৰাজ্যৰ ৫৬ খন আসনৰ বাবে অহা ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচন!-->!-->!-->…
বিৰোধী মিত্ৰজোঁটত কেনা! অসমৰ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা আপৰ
আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাস্ত কৰাৰ লক্ষ্যৰে একত্ৰিত হোৱা বিৰোধী শক্তি ইণ্ডিয়াত লাগিল কেনা। আসন ভাগ-বাটোৱাৰাৰ পূৰ্বেই মিত্ৰজোঁটৰ অন্যতম গুৰুত্বপূৰ্ণ দল আম আদমি পাৰ্টীয়ে অসমৰ তিনিটা লোকসভা সমষ্টিৰ বাবে ঘোষণা কৰিলে!-->…
বিপদত কেজৰিৱাল! ১৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। এই নিৰ্দেশ প্ৰদান কৰিছে ৰাউজ এভিনিউ আদালতে।
দিল্লী আবকাৰী নীতিৰ গোচৰত ইডিয়ে পাঁচবাৰকৈ চমন প্ৰেৰণ কৰাৰ পিছতো মুখ্যমন্ত্ৰী কেজৰিৱালে হাজিৰ!-->!-->!-->…
লক্ষ্য লোকসভা; ১৫গৰাকী প্ৰাক্তন বিধায়ক, এগৰাকী প্ৰাক্তন সাংসদৰ বিজেপিত যোগদান
তামিলনাডুৰ ১৫ গৰাকী প্ৰাক্তন বিধায়ক আৰু এগৰাকী প্ৰাক্তন সাংসদসহ আন বহু নেতা-কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি দলত যোগদান কৰিছে।
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৱে দক্ষিণ ভাৰতৰ তামিলনাডুত!-->!-->!-->…
হেমন্ত ছোৰেনক আস্থা ভোটত অংশ লোৱাৰ অনুমতি বিশেষ আদালতৰ
৫ ফেব্ৰুৱাৰীত ঝাৰখণ্ড বিধানসভাত হ’বলগীয়া আস্থা ভোটত অংশ ল’বৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক অনুমতি প্ৰদান কৰিছে ৰাঁচীৰ এখন বিশেষ আদালতে।
ভূমি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ হোৱা হেমন্ত ছোৰেনে বিশেষ ধন সৰবৰাহ প্ৰতিৰোধ আইন!-->!-->!-->…
বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন, প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা
ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হ’ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এই ঘোষণা কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত কয়, ‘লালকৃষ্ণ আদৱানীক ভাৰত ৰত্নৰে!-->…
ৰাজনীতিত প্ৰৱেশ আৰু এগৰাকী অভিনেতাৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিলে দল
দেশৰ ৰাজনীতিত প্ৰৱেশ ঘটিল আৰু এগৰাকী অভিনেতাৰ। শুকুৰবাৰে দাক্ষিণাত্য চিনেমাৰ জনপ্ৰিয় অভিনেতা বিজয়ে ঘোষণা কৰিলে নিজৰ ৰাজনৈতিক দলৰ নাম। অভিনেতাগৰাকীয়ে দলটোৰ নাম দিছে ‘তামিলাগা ভেত্ৰী কাঝগম’।
ভাৰতীয় ৰাজনীতিত ভূমিষ্ঠ হোৱা এই ৰাজনৈতিক!-->!-->!-->…
মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে; বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ ভয়ত হায়দৰাবাদলৈ প্ৰেৰণ ৪৩ বিধায়কক
ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে। শুকুৰবাৰে দিনৰ প্ৰায় ১২.২০ বজাত ৰাজভৱনত কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে।
চম্পাই ছোৰেনৰ লগতে কংগ্ৰেছ দলৰ আলমগীৰ আলম আৰু আৰজেডিৰ সত্যানন্দ ভোকতাই কেবিনেট মন্ত্ৰী হিচাপে শপত!-->!-->!-->…