ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

বাজেটত বিত্তমন্ত্ৰীৰ ঘোষণা – ২০২৪ বৰ্ষত ৩ কোটি মহিলা হ’ব লাখপতি

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে অন্তৱৰ্তীকালীন বাজেট। বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে লাখপতি দিদী আঁচনি সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে। বাজেট দাখিল কৰি তেওঁ কয় যে, লাখপতি দিদী আঁচনিৰ অধীনত ২০২৩ বৰ্ষত এক কোটি

অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনাই বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনটোতেই বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। তেল বিপণন কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ৱেবছাইট

আছুৰ ক’লা পতাকাৰ ৰাজনীতি । ISHAN NEWS…

''আছুৰ ক’লা পতাকাৰ ৰাজনীতি '' এটা সময় আছিল যি সময়ত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শান্তিৰে এটা পলক থাকিব দিয়া নাছিল। মহন্ত য’লৈকে যায় তাতেই আছু কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। ক’লা পতাকা

বিপদে লগ এৰা নাই ইমৰান খানক; এইবাৰ ১০ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। মঙলবাৰে আদালতে চাইফাৰ গোচৰত শাস্তি প্ৰদান কৰে দুয়োগৰাকী নেতাক। ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত হোৱা শুনানিৰ

RSS নেতাৰ হত্যাকাণ্ডৰ গোচৰত PFI-ৰ ১৫ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি

এগৰাকী আৰ এছ এছৰ নেতাক হত্যা কৰাৰ অপৰাধত নিষিদ্ধ ঘোষিত সংগঠন পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পি এফ আই)ৰ ১৫ জন সদস্যক কেৰালাৰ এখন স্থানীয় আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসৰ হত্যাকাণ্ডত পি এফ আইৰ এই কেইগৰাকী

প্ৰথমটো নিৰ্বাচনতে ‘NDA’ৰ হাতত পৰাস্ত ‘INDIA’ : জয়ী হ’ল বিজেপিৰ মেয়ৰ

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়। এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থী মনোজ সোনকাৰে জয়লাভ কৰিছে। মনোজ সোনকাৰে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী কুলদীপ কুমাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।বিগত আঠ বছৰে ধৰি বিজেপিয়ে মেয়ৰৰ পদত অধিষ্ঠিত হৈ আছে।

বিৰোধীৰ আশা ভংগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ

বিহাৰত পুনৰ এবাৰ বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। জেডিইউৰ বিধায়িনী দলৰ বৈঠকৰ অন্তত ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক সাক্ষাৎ কৰি পদত্যাগ

ৰাষ্ট্ৰীয় ৰাজনীতিত ধুমুহা; পুনৰ বিজেপিৰে মিত্ৰতা কৰিবলৈ সাজু নীতিশ কুমাৰ!

ৰাজনীতিত অসম্ভৱ বুলি একো কথা নাথাকে। সময়ে সময়ে সেই কথা প্ৰমাণ কৰি আহিছে বিহাৰে। বিহাৰত পুনৰ এবাৰ বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী অনুসৰি, দেওবাৰে জে ডি ইউ প্ৰধান নীতিশ কুমাৰে সপ্তমবাৰৰ বাবে

বেকফুটত ‘ইণ্ডিয়া’! মমতাৰ দৰে পঞ্জাৱতো কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ ঘোষণা ভগৱন্ত মানৰ

বিজেপিক পৰাস্ত কৰি দেশৰ শাসনভাৰ দখল কৰাৰ সপোন দেখি থকা বিৰোধী মিত্ৰজোঁটৰ নেতা-কৰ্মীয়ে এটা দিনতে লাভ কৰিলে দুটাকৈ বেয়া খবৰ। মমতা বেনাৰ্জীৰ পিছত এইবাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে বুলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচালে হলিউডৰ গায়িকা মেৰী মিলবেনে

'ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্ৰেষ্ঠ নেতা’। এই মন্তব্য কৰিছে আফ্ৰিকান-আমেৰিকান হলিউডৰ অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে। তেওঁ কয় যে আমেৰিকাৰ বহু লোকে বিচাৰে যে প্ৰধানমন্ত্ৰী মোদী পুনৰ নিৰ্বাচনত জয়ী হওক,