ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

শ্বপিংমলত কাপোৰ চুৰ কৰি ধৰা পৰিল মহিলা সাংসদ! অৱশেষত পদত্যাগ

শ্বপিংমলত কাপোৰ চুৰ কৰি ধৰা পৰিল মহিলা সাংসদ! চুৰি কৰাৰ ভিডিঅ ভাইৰেল হোৱাৰ পাছতেই পদত্যাগ কৰিবলৈ বাধ্য হল সাংসদগৰাকী। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে নিউজিলেণ্ডত। দোকানত চুৰি কৰাৰ অভিযোগত গ্ৰীণ পাৰ্টিৰ সদস্য অভিযোগত গোলৰিজ ঘাহৰামানে পদত্যাগ

গণতন্ত্ৰ দিৱসৰ দিনাই পঞ্জাৱৰ মুখ্যমন্ত্ৰীক আক্ৰমণৰ ভাবুকি পান্নুৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক মৃত্যুৰ ভাবুকি। পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে শিখ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে। মুখ্যমন্ত্ৰী মানৰ লগতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱকো মৃত্যুৰ ভাবুকি প্ৰদান

২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটীৰ পাণবজাৰত চলি থকা ব্ৰহ্মপুত্ৰ নদীপাৰ সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ বাবে অহা ২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও উন্নয়নমূলক আঁচনিৰ

আজি মণিপুৰৰ পৰা আৰম্ভ হ’ব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

আজি ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত ন্যায় যাত্ৰা’। মণিপুৰৰ ৰাজধানী ইম্ফলৰ সমীপৰ থোবালৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা মাৰ্চ মাহৰ তৃতীয় সপ্তাহত মুম্বাইত সমাপ্ত হ’ব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই

মই দেশভক্ত, অন্ধভক্ত নহয় : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত উদ্ধৱ থাকৰেৰ মন্তব্য

মহাৰাষ্ট্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই ৰাম মন্দিৰ সন্দৰ্ভত পুনৰ এবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাম মন্দিৰ নিৰ্মাণ হৈ আছে আৰু ইয়াক লৈ সকলো আনন্দিত, কিন্তু মই দেশভক্ত, অন্ধভক্ত নহয়। ‘ৰাম মন্দিৰ

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ শ্বেখ হাছিনাৰ। ISHAN NEWS… 

পঞ্চমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৱামি লীগৰ সভাপতি শ্বেখ হাছিনাই। বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ বাসগৃহত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। শ্বেখ হাছিনাৰ নতুন মন্ত্ৰীসভাত বৈদেশিক

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ দিবই নালাগিছিল কংগ্ৰেছক : কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

২২ জানুৱাৰীত অযোধ্যা চহৰত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি শাসকীয় বিজেপিৰ আক্ৰমণৰ বলি হৈছে কংগ্ৰেছ। সমালোচনাৰ সন্মুখীন হৈ থকাৰ মাজতে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কংগ্ৰেছক কটাক্ষ

১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত সংসদত ২০২৪ বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব । বাজেট দাখিলৰ এদিন পূৰ্বে অহা ৩১ জানুৱাৰীত দেশৰ অৰ্থনৈতিক জৰীপ দাখিল কৰিব বিত্ত মন্ত্ৰালয়ে । ২০২৪ ত মোদী চৰকাৰৰ দ্বিতীয়

‘ভাৰত ন্যায় যাত্ৰা’ত অথন্তৰ! যাত্ৰাৰ অনুমতি দিয়া নাই মণিপুৰ চৰকাৰে

ভাৰত ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই লাগিল অথন্তৰ। মণিপুৰৰ যিখন খেলপথাৰৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল তাক অনুমতি প্ৰদান কৰা নাই মণিপুৰৰ ৰাজ্য চৰকাৰে। মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেশম মেঘচন্দ্ৰাই আজি

মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা ! অযোগ্য হ’ব নেকি শিৱসেনাৰ বিধায়ক !

মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰে শিৱসেনাৰ বিধায়কক অযোগ্য ঘোষণা কৰা সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা । ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। প্ৰায় ডেৰ বছৰ পূৰ্বে