ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

বাংলাদেশৰ নিৰ্বাচনত শ্বেখ হাছিনাৰ জয়লাভ । ishan news

বিপুল পৰিমাণৰ ভোট লাভেৰে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাৰ জয়লাভ ।গোপালগঞ্জ-৩ সমষ্টিৰ পৰা জয়লাভ কৰে শ্বেখ হাছিনাই।শেহতীয়া ফলাফল মতে শ্বেখ হাছিনাৰ দল আৱামী লীগৰ হাতলৈকে আহিব পুনৰ ক্ষমতাৰ বাঘজৰী। মূল বিৰোধী দল বিএনপিকে ধৰি

বিৰোধীৰ নিৰ্বাচন বৰ্জনৰ মাজতে ২৯৯ আসনৰ বাবে আৰম্ভ ভোটগ্ৰহণ

বহু বিতৰ্ক প্ৰতিবাদৰ মাজতে আজি পুৱাৰে পৰা আৰম্ভ হৈছে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই নির্বাচনত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ দল আৱামি লীগকে ধৰি মুঠ ২৭টা দলে অংশগ্রহণ কৰিছে যদিও প্ৰধান বিৰোধী ৰাজনৈতিক দল বিএনপিকে ধৰি আন বহু বিৰোধী দলে

১০ দিনতে মোহভংগ! হঠাৎ ৰাজনীতি এৰাৰ সিদ্ধান্ত প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৰ

১০ দিনৰ ভিতৰতে ৰাজনীতিৰ প্ৰতি মোহভংগ ঘটিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৰ। শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ শাসকীয় দল ৱাই এছ আৰ চি পি ত্যাগ কৰাৰ সিদ্ধান্ত লয়। অলপতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী,

দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালক ৰাজ্যসভালৈ পঠিয়াব AAP-এ

ৰাজনীতিৰ পথাৰত খোজ দিবলৈ সাজু হৈছে দিল্লী মহিলা আয়োগৰ বৰ্তমানৰ অধ্যক্ষা স্বাতী মালিৱাল। আম আদমি পাৰ্টিয়ে মহিলা নেত্ৰীগৰাকীক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুশীল কুমাৰ গুপ্তাৰ ঠাইত স্বাতী মালিৱালক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব

লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত সক্ৰিয় ED

লোকসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ মহাৰাষ্ট্ৰত সক্ৰিয় হৈ পৰিছে ই,ডি।এইবাৰ ই,ডি য়ে লক্ষ্য কৰি লৈছে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ নাতি তথা দলীয় বিধায়ক ৰোহিত ৰাজেন্দ্ৰ পাৱাৰক। শুকুৰবাৰে বিয়লিৰ পৰা পুনে, ঔৰংগাবাদ, বাৰামাটি আৰু

নিৰ্বাচনৰ প্ৰস্তুতি; ৭ জানুৱাৰিৰ পৰা ৰাজ্যসমূহ ভ্ৰমণ কৰিব নিৰ্বাচন আয়োগে

অহা সপ্তাহত অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু ভ্ৰমণৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা আৰম্ভ কৰিব নিৰ্বাচন আয়োগে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত আয়োগৰ বিষয়াসকল অহা ৭ৰ পৰা ১০ জানুৱাৰিৰ ভিতৰত

বিৰোধী মিত্ৰজোঁটত ফাঁট! মমতা বেনাৰ্জীক কটাক্ষ অধীৰ ৰঞ্জন চৌধুৰীৰ ishan news…

বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে একত্ৰিত হোৱা বিৰোধী শক্তি ইণ্ডিয়াত লাগিল কেনা। আসন ভাগ-বাটোৱাৰাৰ পূৰ্বে বিৰোধীৰ দুই দলৰ মাজত আৰম্ভ হৈছে সংঘাত। পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ সমিতিৰ অধ্যক্ষ অধীৰ ৰঞ্জন চৌধুৰী আৰু তৃণমূলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ভগ্নী ৱাই এছ শৰ্মিলাৰ কংগ্ৰেছত যোগদান

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বাবে আহিছে এক উৎসাহজনক খবৰ। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ভগ্নী ৱাই এছ শৰ্মিলাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছ দলত। বৃহস্পতিবাৰে দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয়

মহুৱা মৈত্ৰৰ আবেদনঃ উচ্চতম ন্যায়ালয়ত শুনানি   

তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ত লোকসভাৰ কাৰ্য্যবিধিত অংশগ্ৰহণৰ দাবী জনায় দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ।বুধবাৰে উচচতম ন্যায়ালয়ে উৎকোচৰ গোচৰত মহুৱা মৈত্ৰক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা গোচৰ সন্দৰ্ভত

আশা ভংগ ইমৰাণ খানৰ; নিৰ্বাচন আয়োগে নাকচ কৰিলে মনোনয়ন

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআইৰ মুৰব্বী ইমৰাণ খানৰ প্ৰাৰ্থিত্ব নাকচ কৰিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে। যোৱা আগষ্টৰ পৰা জেলত আছে ইমৰাণ খান। কেইবাটাও গোচৰৰ অধীনত তেওঁ বিচাৰৰ সন্মুখীন হৈ আছে। ইয়াৰ পিছত নিৰ্বাচন আয়োগে তেওঁক