Browsing Category
POLITICS
২২ জানুৱাৰীত দেশবাসীক নিজৰ নিজৰ ঘৰত বন্তি জ্বলাবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰোড শ্ব’ কৰাৰ পিছত অযোধ্যা ধাম ৰে’ল ষ্টেচনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াত তেওঁ ৬খন বন্দে ভাৰত আৰু ২খন অমৃত ভাৰত!-->…
বহুপ্ৰত্যাশিত শান্তি চুক্তি স্বাক্ষৰ; চুক্তিত কি আছে আৰু ইয়াক লৈ কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে?
দীঘলীয়া সশস্ত্ৰ আন্দোলনৰ পিছত আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত আজি আলফাৰে স্বাক্ষৰিত হ’ল বহুপ্ৰত্যাশিত ত্ৰিপাক্ষিক শান্তি চুক্তি। দিল্লীস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব!-->…
জে,ডি,ইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙৰ পদত্যাগ
দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত ইতিমধ্য আৰম্ভ হৈছে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ । ইয়াৰ মাজতে শেহতীয়াকৈ খবৰ আহিছে জে,ডি,ইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে । অৱশ্যে লালন সিঙে পদত্যাগ কৰাৰ কাৰণ এতিয়াও প্ৰকাশ!-->…
ক্ৰিকেটৰ পিছত ৰাজনীতিৰ পথাৰত প্ৰৱেশ ঘটিল আম্বাতি ৰায়ডুৰ
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৱে ভৰি দিলে ৰাজনীতিৰ পথাৰত। অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত প্ৰৱেশ ঘটিল ক্ৰিকেটাৰগৰাকীৰ। ৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে জগন মোহন ৰেড্ডীৰ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে।
ৱাই এছ আৰ চি পি দলৰ অধ্যক্ষ জগন!-->!-->!-->…
কেনে হ’ব ২০২৪ বৰ্ষটো? পুটিনৰ হত্যাৰ প্ৰচেষ্টাৰ পৰা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে… বাবা…
নৱবৰ্ষলৈ মাজত মাথো কেইটামান দিন। কেনে হব ২০২৪ বৰ্ষটো? ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত হত্যাৰ প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে কেইবাটাও ভৱিষ্যতবাণী কৰি থৈ গৈছে বাবা ভাংগাই।
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী মতে,!-->!-->!-->…
১৪ জানুৱাৰিৰ পৰা ৰাহুল গান্ধীৰ ‘ভাৰত ন্যায় যাত্ৰা’; মণিপুৰৰ পৰা হ’ব আৰম্ভ
২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন জয় কৰিবলৈ আন এক অভিনৱ পন্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ দল। ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছ দলে ১৪ জানুৱাৰিৰ পৰা ২০ মাৰ্চলৈ আয়োজন কৰিছে ‘ভাৰত ন্যায় যাত্ৰা’।
মণিপুৰৰ পৰা আৰম্ভ কৰিবলগীয়া!-->!-->!-->…
পাকিস্তানত প্ৰথমবাৰৰ বাবে সংখ্যালঘু যুৱতীয়ে খেলিব নিৰ্বাচন
আগন্তুক পাকিস্তান সাধাৰণ নিৰ্বাচনত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বুনেৰ জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এগৰাকী হিন্দু যুৱতীয়ে। সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী হ’বলৈ গৈ আছে ডাঃ ছাৱিৰা প্ৰকাশ।
এখন আগশাৰীৰ বাতৰি কাকতৰ!-->!-->!-->…
প্ৰতিবাদৰ সুফল! WFI-ৰ নৱনিৰ্বাচিত সভাপতি সঞ্জয় সিঙক নিলম্বন। ishan news…
ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নিলম্বন কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে। ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতা আয়োজনত খৰখেদা কৰাৰ বাবেই মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
কেৱল এয়াই নহয় মন্ত্ৰালয়ে!-->!-->!-->…
২০২৪ৰ গণৰাজ্য দিৱসৰ অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন!
২০২৪ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি উপস্থিত থকাৰ সম্ভাৱনা আছে ।ভাৰত চৰকাৰে গণৰাজ্য দিৱসৰ অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো!-->…
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত ।সংসদৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পন CISF ক
নতুন সংসদ ভৱনত শেহতীয়াকৈ সংঘটিত নিৰাপত্তাজনিত ঘটনাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।দিল্লী আৰক্ষীৰ পৰিৱৰ্তে এতিয়াৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্বত থাকিব কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF) । সংসদ ভৱন!-->…