Browsing Category
POLITICS
কোন হ’ব তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী? নাম চূড়ান্ত কৰিবলৈ বিজেপিয়ে নিযুক্তি দিছে পৰ্যবেক্ষক
মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কোন হ’ব মুখ্যমন্ত্ৰী? নিৰ্বাচনৰ ফলাফল ঘোষণাৰ চাৰিদিন উকলি যোৱাৰ পিছতো এই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিব পৰা নাই বিজেপিয়ে।
দলৰ ভিতৰত চিন্তা-চৰ্চা চলি থকাৰ মাজতে বিজেপিৰ শীৰ্ষ নেতৃত্বই!-->!-->!-->…
তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে শপত ল’ব
তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব ৰেৱন্ত ৰেড্ডীয়ে। হায়দৰাবাদৰ এল, বি ষ্টেডিয়ামত ৫৬ বছৰীয়া ৰেৱন্ত ৰেড্ডীৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । দিনৰ ১ বজাৰ পাছত হবলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় এক লাখ লোকে!-->…
বিধানসভাত জয়লাভ কৰাৰ পিছতেই ১০ বিজেপি সাংসদৰ পদত্যাগ । ISHAN NEWS…
দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত বিজেপিৰ ১০জন সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
পদত্যাগ কৰা সাংসদসকলৰ ভিতৰত আছে ছত্তীশগড়ৰ গোমতি ছাই, মধ্যপ্ৰদেশৰ নৰেন্দ্ৰ সিং টোমৰ, ৰাকেশ!-->!-->!-->!-->!-->…
গোমুত্ৰ ৰাজ্যতহে জয়ী হৈছে BJP! দক্ষিণৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে BJP-এ
‘এই দেশৰ মানুহে ভাবিব লাগে যে বিজেপিয়ে কেৱল হিন্দীবাসীৰ ৰাজ্যসমূহৰ নিৰ্বাচনত জয় হোৱাৰহে শক্তি আছে। যাক আমি সাধাৰণতে গো মূত্ৰৰ ৰাজ্য বুলি কওঁ।‘ পবিত্ৰ সংসদত এই ভাষ্য এগৰাকী সাংসদৰ।
সনাতন ধৰ্মক লৈ এজনৰ পাছত আন এজন ৰাজনৈতিক নেতাই!-->!-->!-->…
তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ব ৰেভন্থ ৰেড্ডী! জানো আহক তেওঁৰ সবিশেষ…
তেলেংগানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ব ৰেভন্থ ৰেড্ডী। বিধায়কসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত কংগ্ৰেছ হাইকমাণ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰে। ২০২১ চনৰ জুন-জুলাইত তেওঁক তেলেংগানা কংগ্ৰেছৰ অধ্যক্ষৰূপে নিযুক্তি প্ৰদান কৰিছিল।
অধ্যক্ষপদ লাভ!-->!-->!-->…
দেশজুৰি চৰ্চাত “লালদুহোমা”।
উওৰ পূবৰ অন্যতম ৰাজ্য মিজোৰাম বিধান সভাৰ নিৰ্বাচনত জোৰাম পিপ'লছ মুভমেণ্টে (ZPM)৪০ খন আসনৰ ২৭ খন আসন দখল কৰাৰ পাচতেই দেশজুৰি চৰ্ছালৈ আহিছে জোৰাম পিপ'লছ মুভমেণ্টে আৰু দলটোৰ অধক্ষ্য লালদুহোমাৰ নাম । ছাৰ্শ্বিপ সমষ্টিৰ পৰা ZPMৰ প্ৰাৰ্থী হিচাপে!-->…
তেলেংগানাৰ ১১৯খন বিধানসভা আসনৰ ভোটগ্ৰহণ । ISHAN NEWS…
আজি তেলেংগানাৰ ১১৯খন বিধানসভা আসনৰ বাবে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে, ভোটগ্ৰহণ।পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ৮.৫২ শতাংশ । ৩ কোটি ২৬ লাখৰো অধিক লোকে আজি ভোটাধিকাৰ সাব্যস্ত কৰিব ।ৰাজ্যজুৰি ভোটদানৰ বাবে স্থাপন কৰা হৈছে ৩৫৬৫৫ টা ভোটদান!-->!-->!-->…
ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ । ১১ বজালৈকে ২৭.৭৪ শতাংশ ভোটদান
শনিবাৰৰ পুৱাৰে পৰা ৰাজস্থান বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৭ বজাৰ পৰা হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সন্ধিয়া ৬ বজাত অন্ত পৰিব ভোট গ্ৰহণ ।ৰাজস্থানৰ ২০০টা বিধানসভা সমষ্টিৰ ১৯৯ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ!-->…
অসুস্থ পত্নীক সাক্ষাতৰ বাবে তিহাৰ জেইলৰ পৰা নিজ ঘৰত উপস্থিত মনীষ ছিছ’দিয়া
অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ জেইলৰ পৰা নিজ ঘৰত উপস্থিত হৈছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। তিহাৰ জেইলৰ পৰা ঘৰলৈ অহাৰ সময়ত তেওঁৰ লগত আছে দিল্লী আৰক্ষীৰ এটা দল।
উল্লেখ্য যে শনিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ তেওঁৰ!-->!-->!-->…
আপুনি কিমান তললৈ নামিব? নিতীশ কুমাৰৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ
বিহাৰ বিধানসভাত জন্ম নিয়ন্ত্ৰণ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বক্তব্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মিত্ৰজোঁটৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।তেওঁ কয় যে যিসকল মানুহে নাৰীৰ বিষয়ে!-->…