ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

কেজৰিৱাল চৰকাৰৰ যুগ্ম-অযুগ্ম নীতি সনাতন ধৰ্মৰ বিৰুদ্ধে ষড়যন্ত্র : BJP সাংসদ ৰমেশ বিধুৰী

বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে কৰা এক মন্তব্যই দেশজুৰি ব্যপক চৰ্ছা লাভ কৰিছে । সাংসদ গৰাকীয়ে অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে অভিযোগ উণ্থাপন কৰি কয় যে, BJP য়ে দিল্লীত, সনাতন ধৰ্মৰ বিৰুদ্ধে এক অদ্ভূত নীতি প্ৰৱৰ্তন কৰি

ভোটদান কৰিবলৈ গৈ কিয় উভতি আহিল মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা ?

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আইজল উত্তৰ-২ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯-আইজল ভেঙ্গালাই-১ ৱাইএমএ হল ভোটকেন্দ্ৰত উপস্থিত হৈ মিজোৰাম বিধানসভাৰ আজি অনুষ্ঠিত নিৰ্বাচনত ভোটদান কৰিবলৈ গৈ ভোটদান কেন্দ্ৰৰ পৰা উভতি আহিব লগীয়া হয় । ভোটগ্ৰহণ

মিজোৰামত ১১ বজালৈ ভোটদানৰ হাৰ ৩১.০৩ শতাংশ আৰু ছত্তিশগড়ত ২২ .৯৭ শতাংশ।

আজি পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰাম আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । মিজোৰামৰ ৪০ খন আসনৰ বাবে প্রতিদ্বন্দ্বিতা কৰা ১৭৪ গৰাকী প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮, ৫১,৮৯৫ গৰাকী ভোটাৰে । পুৱা ৭ বজাৰ পৰা মিজোৰামৰ ১২৭৫ টা গ্ৰহণ কেন্দ্ৰত

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল নিষিদ্ধ !কি ক’লে দেশৰ নিৰ্বাচন আয়োগে ?

লোকসভা নিৰ্বাচনৰ পূৰ্বে চলিত মাহত হ'বলগীয়া ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত। মঙলবাৰে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে । ৭ নবেম্বৰৰ পুৱা ৭ বজাৰ পৰা ৩০ নবেম্বৰৰ সন্ধিয়া ৬ বজালৈ

২০২৪ চনৰ নিৰ্বাচনত ভোটদানৰ পূৰ্বে মনত ৰাখক এই কথা, ভোটাৰক কি বিশেষ আহ্বান মোহন ভাগৱতৰ

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে মাজত আছে আৰু মাত্ৰ ৬ মাহ। ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ এতিয়া ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ভোটাৰসকলক জনাইছে এক বিশেষ আহ্বান। তেওঁ ২০২৪

ভাৰতীয় জনতা যুৱ মৰ্চাত আৰ্য্য বিদ্যাপীঠৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ যোগদান

গুৱাহাটী মহানগৰীৰ আগশাৰী মহাবিদ্যালয় আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে দেওবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা

মিজোৰামত ৰাহুল গান্ধীয়ে মোডীক সমালোচনা কৰি কি ক’লে ।

দুদিনীয়া কাৰ্যসূচীৰে আজি মিজোৰামত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী । মিজোৰামত উপস্থিত হৈ আইজলৰ চানমাৰীৰ পৰা ৰাজভৱনলৈ এক পদযাত্ৰাত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে । এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোডীক তীব্ৰ

মিজোৰাম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব আপে ।

আম আদমী পাৰ্টী অৰ্থাৎ আপে আগন্তুক মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে। দলটোৱে অতি সোণকালে মিজোৰামৰ কেইখন আসনত প্রতিদ্বন্দিতা কৰিব সেই কথা ঘোষণা কৰাৰ লগতে অতিসোণকালে প্রাৰ্থীৰ তালিকা প্রকাশ কৰিব।মিজোৰামৰ লগতে

হামাছক সমৰ্থন কৰা লোকসকল সন্ত্ৰাসবাদৰ সমৰ্থক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিগত এসপ্তাহৰ পৰা চলি থকা ইজৰাইল আৰু হামাছৰ যুদ্ধ সন্দৰ্ভত পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইজৰাইলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱা হামাছৰ সমৰ্থনত মন্তব্য কৰি অহা লোকসকলে প্ৰকৃতাৰ্থত সন্ত্ৰাসবাদক

ৰাষ্ট্ৰীয় স্বাৰ্থ ত্যাগ কৰাটো কংগ্ৰেছৰ DNA-ত আছে : কিয় হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে?

মধ্য প্ৰাচ্যত এতিয়া যুদ্ধৰ বিভীষিকাময় পৰিৱেশ। পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধত এতিয়া দিশহাৰা সাধাৰণ লোক। ইজৰাইল-পেলেষ্টাইনৰ ভূমিত এতিয়া কেৱল মৃতদেহৰ দ’ম। দুয়ো পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত মৃত্যু