ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

১০ ঘণ্টা জেৰাৰ অন্তত আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰে। ইডিয়ে সঞ্জয় সিঙৰ বাসগৃহত আজি পুৱাৰে পৰা ১০ ঘণ্টাৰো অধিক সময় চলা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে।

সনাতন ধৰ্মক লৈ বিতৰ্ক। ষ্টেলিন আৰু তামিলনাডু চৰকাৰলৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ। কি আছে এই আইনী…

উচ্চতম ন্যায়ালয়ে ডিএমকে নেতা উদয়নিধি ষ্টালিন আৰু তামিলনাডু চৰকাৰক সনাতন ধৰ্মসন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে জাননী প্ৰেৰণ কৰিছে। ষ্টেলিনে সনাতন ধৰ্মক ডেংগু, মেলেৰিয়া আৰু কৰোনাৰ দৰে মহামাৰীৰ সৈতে তুলনা কৰিছিল। ষ্টালিনে সনাতন ধৰ্মক বিলুপ্ত

দেশত গান্ধী পৰিয়ালে সৃষ্টি কৰিছে সনাতন বিৰোধী পৰিৱেশ : কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে। ৰাজ্যখনত বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ

ইণ্ডিয়া মিত্ৰজোঁটত মোক্ষম আঘাত! কেৰালা, বংগত CPI-Mৰ মিত্ৰতা অস্বীকাৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ৰোধ কৰিবলৈ গঠন হোৱা ‘ইণ্ডিয়া’ মিত্ৰজোঁটত লাগিল অথন্তৰ। ‘ইণ্ডিয়া’ মিত্ৰজোঁটক একাষৰীয়া কৰি পশ্চিমবংগ আৰু কেৰালাত নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত চি পি আই-এমৰ। দুয়োখন ৰাজ্যতে ইয়াৰ মূল

পণ্ডিত নেহৰু আৰু সাংবাদিকৰ বিষয়ে কি ক’লে প্রধানমন্ত্রী মোডীয়ে ।

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন । অধিবেশনৰ প্রথম দিনা সংসদত ভাষণ দি প্রধানমন্ত্রী মোডীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ।দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ভাষণেৰে আৰম্ভ হয় সংসদৰ বিশেষ অধিবেশন । ভাষণ প্রসংগত

বিৰোধী মিত্ৰজোঁটক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ৰাহুল গান্ধীলৈ বিশেষ আহ্বান

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক চোকা ভাষাৰে সমালোচনা কৰিছে। ডি এম কে নেতা উদয়ানিধি ষ্টেলিন, এ ৰাজা আৰু কে পনমুডীয়ে সনাতন ধৰ্ম সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ পিছতো তেওঁলোকৰ দলটোক মিত্ৰজোঁটৰ পৰা

মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গ্ৰহণ লুৰীণৰ ! অনিয়মেৰে চাকৰি লাভ কৰা পাঁচগৰাকী প্ৰাৰ্থীৰ তথ্য দাখিল…

স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি ৰাজ্যৰ হাজাৰ-হাজাৰ নিবনুৱা যুৱক-যুৱতীক বিভিন্ন বিভাগত সংস্থাপন দিয়া বুলি ৰাজ্য চৰকাৰে কৰা দাবীক মিথ্যাচাৰ আখ্যা দি অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত

দেশৰ ১৪ গৰাকী এংকৰক বৰ্জন ইণ্ডিয়া মিত্ৰজোঁটৰ; তালিকাত কোন কোন? চাওক ISHAN NEWS…

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই দেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰ ১৪ গৰাকী বাতৰি উপস্থাপকক (এংকৰ) বৰ্জন কৰাৰ সিদ্ধান্তই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৱা ১৩ ছেপ্তেম্বৰত শাৰদ পাৱাৰৰ বাসগৃহত

প্ৰায় সাজু ! কেতিয়াকৈ ৰাইজৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ?

নতুন দিল্লীৰ প্ৰগতি ময়দানত চলি থকা জি-২০ সন্মিলন ২০২৩ৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থকাৰ সময়তে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ । সূত্ৰ অনুসৰি, ২০২৩ চনৰ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰাম মন্দিৰ