Browsing Category
POLITICS
নিৰ্বাচনী প্ৰচাৰৰ সময়তেই অচেতন হৈ পৰিল কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী
বুধবাৰে মহাৰাষ্ট্ৰৰ যৱতমালত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকা অৱস্থাতে অচেতন হৈ পৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰী।
জানিব পৰা অনুসৰি, যৱতমালৰ পুছাদত আয়োজিত প্ৰচাৰ সভাত ভাষণ দি!-->!-->!-->…
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অসমৰ এইসমূহ অঞ্চলত ড্ৰাই ডে’ ঘোষণা
২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চলত ড্ৰাই ডে’ ঘোষণা কৰিছে।
২৪ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ ৫ বজালৈকে এই পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চল!-->!-->!-->…
হঠাৎ অসুস্থ ৰাহুল গান্ধী; অংশ ল’ব নোৱাৰিব দুখনকৈ বিশাল জনসভাত
কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বাতিল কৰা হৈছে মধ্যপ্ৰদেশ ভ্ৰমণ। এখন জনসভাত অংশ ল’বলগীয়া ৰাহুল গান্ধীৰ ঠাইত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে জনসভাখনত অংশ ল’ব।
মধ্যপ্ৰদেশ!-->!-->!-->…
আম আদমীৰ মুৰব্বীয়ে আম খোৱাক লৈ উত্তাল দেশৰ ৰাজনীতি
দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ অভিযোগত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্য সন্দৰ্ভৰ কাহিনীয়ে লৈছে নতুন মোৰ।
কেজৰিৱালৰ ডায়েট বিষয়টো সন্দৰ্ভত আজি ৰাউজ এভিনিউ আদালতত!-->!-->!-->…
গান্ধীনগৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰি কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান চলি থকাৰ মাজতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।মনোনয়ন দাখিলৰ সময়ত গৃহমন্ত্ৰী শ্বাহক সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলৰ লগতে আন!-->…
ভোটগ্ৰহণ কেন্দ্ৰৰ শৌচাগাৰত অৰ্ধসামৰিক জোৱানৰ মৃতদেহ উদ্ধাৰ
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে পশ্চিম বংগৰ এটা কেন্দ্ৰৰ পৰা আহিছে বেয়া খবৰ। ভোটগ্ৰহণ কেন্দ্ৰৰ শৌচাগাৰত পিছলি পৰি এজন অৰ্ধসামৰিক জোৱানৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ভোটদানৰ পূৰ্বে কোচবিহাৰৰ মাথাভংগাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত!-->…
মাওবাদীৰ বিৰুদ্ধে অভিযান। শীৰ্ষ নেতাসহ ২৯ টা মাওবাদী নিহত
লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে নিৰাপত্তা বাহিনীৰ বৃহত্ সফলতা। ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও ২৯ টা মাওবাদী নিহত হৈছে। এই অভিযানত ৩জন নিৰাপত্তাৰক্ষী আহত হয়। অৱশ্যে আনুষ্ঠানিকভাৱে নিৰাপত্তাৰক্ষীয়ে হতাহতৰ!-->…
আপত আন এক আঘাত; কেজৰিৱাল চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰীয়ে কৰিলে পদত্যাগ
দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰাজকুমাৰ আনন্দই মন্ত্ৰী পদ আৰু দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে।
ৰাজকুমাৰ আনন্দে অৰবিন্দ কেজৰিৱাল চৰকাৰত সমাজ কল্যাণ মন্ত্ৰালয়ৰ দায়িত্বত আছিল।
পদত্যাক!-->!-->!-->!-->!-->…
‘মুখ্যমন্ত্ৰীৰ বাবে কোনো পৃথক আইন নাই…’ : কেজৰিৱালে দাখিল কৰা আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ
দিল্লী সুৰা নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা মুখথেকেচা খাইছে।
গ্ৰেপ্তাৰ আৰু জিম্মাৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে।!-->!-->!-->…
ব্যতিক্ৰমী প্ৰচাৰ; চেণ্ডেলৰ মালা পিন্ধি ভোট ভিক্ষা এগৰাকী প্ৰাৰ্থীৰ
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে অৱলম্বন কৰিছে ব্যতিক্ৰমী প্ৰচাৰ।
প্ৰতিবাৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন!-->!-->!-->…