ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

টি-২০ বিশ্বকাপ; ভাৰত-পাকিস্তানৰ মেচৰ টিকটৰ মূল্য দেখি হতভম্ভ অনুৰাগী

২ জুনৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত টি-২০ বিশ্বকাপ। এই বিশ্বকাপক লৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল অতিশয় উৎসাহিত। সমগ্ৰ প্ৰতিযোগিতাখনত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব। কিন্তু সকলোৰে দৃষ্টি ভাৰত আৰু পাকিস্তানৰ খেলত নিবদ্ধ। কিন্তু এই মেচখনৰ বাবে

হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ বি চি চি আইৰ

আই পি এল ২০২৪ ছিজনত মুম্বাই ইণ্ডিয়ানছ দলৰ অত্যন্ত নিৰাশাজনক প্ৰদৰ্শনৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বক লৈ ক্ৰিকেট মহলত উত্থাপন হৈছে প্ৰশ্ন। নেতৃত্বক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ মাজতে এইবাৰ বিচিচিআইয়ে পাণ্ডিয়াৰ বিৰুদ্ধে

কলকাতাৰ বিৰুদ্ধে মেচৰ পূৰ্বে কমাখ্যা মন্দিৰ দৰ্শন কেশৱ মহাৰাজৰ

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰ কেশৱ মহাৰাজে। মহাৰাজে পূজা-অৰ্চনা কৰাৰ লগতে মা দেৱীৰ আশীৰ্বাদ লয়। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীৰ মন্দিৰ দৰ্শনৰ ফটো

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত! অৱসৰ ঘোষণা ভাৰতীয় কিংবদন্তি ফুটবলাৰ সুনীল ছেত্ৰীৰ

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত পৰিল। আৱেগিকভৰা ভিডিঅ’ প’ষ্টৰ জৰিয়তে দুই দশকজোৰা বৰ্ণিল কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ভাৰতীয় ফুটবলৰ কিম্বদন্তী ছুনীল ছেত্ৰীয়ে। অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে কলকাতাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ

মণিকা বাত্ৰাই ৰচিলে ইতিহাস; টেবুল টেনিছত এই কৃতিত্ব গঢ়া প্ৰথম ভাৰতীয় মহিলা

ভাৰতীয় টেবুল টেনিছৰ তাৰকা খেলুৱৈ মণিকা বাত্ৰাই ৰচিছে ইতিহাস। টেবুল টেনিছ ৰেংকিঙত শীৰ্ষ ২৫ স্থানত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে মণিকা। ১৫টা স্থান আগুৱাই মণিকাই শেহতীয়া ৰেংকিঙত ২৪ নম্বৰ স্থান দখল কৰিছে।

ক্ৰিকেটত বিদায় জনোৱাৰ ঘোষণা জেমছ এণ্ডাৰছনৰ; এই দলটোৰ বিৰুদ্ধে খেলিব অন্তিমখন টেষ্ট

ইংলেণ্ডৰ অভিজ্ঞ বেগী বলাৰ জেমছ এণ্ডাৰছনে শনিবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ১০ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত ইংলেণ্ডৰ হৈ অন্তিমবাৰৰ বাবে খেলপথাৰত নামিব এণ্ডাৰছনে। ৪১ বছৰীয়া বেগী

এখন মেচৰ বাবে নিষেধাজ্ঞা ঋষভ পন্তক; দিল্লী কেপিটেলছৰ শিৱিৰত হাহাকাৰ!

অত্যন্ত গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে দিল্লী কেপিটেলছত মোক্ষম আঘাত। শ্ল’ অভাৰ ৰেট পেনাল্টিৰ বাবে এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লীৰ অধিনায়ক ঋষভ পন্তক। এই কঠোৰ পদক্ষেপৰ বাবে তেওঁ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব নোৱাৰিব।

অলিম্পিকৰ পূৰ্বে নীৰজে মাত্ৰ ২ ছেণ্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ পদক

৯০ মিটাৰৰ দূৰত্ব অতিক্ৰম বা স্পৰ্শ কৰাত পুনৰবাৰ ব্যৰ্থ হ’ল অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰা। ৯০ মিটাৰৰ লক্ষ্য লৈ ট্ৰেকত নামিছিল যদিও ৮৮.৩৬ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি ডোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া

বিশ্বকাপৰ পূৰ্বে অৱসৰ ঘোষণা নিউজিলেণ্ডৰ এইগৰাকী বেটছমেনৰ

নিউজিলেণ্ডৰ বেটছমেন কলিন মুনৰোৱে ১২৩খন আন্তঃৰাষ্ট্ৰীয় মেচৰ কেৰিয়াৰক বিদায় জনোৱাৰ সিদ্ধান্ত লৈছে। ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপত স্থান লাভ নকৰাৰ পিছতে ৩৭ বছৰীয়া মুনৰোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা

মাত্ৰ ২০ বছৰ বয়সতেই মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে

মাত্ৰ ২০ বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল’লে ইংলেণ্ডৰ ক্ৰিকেটাৰ জোছ বেকাৰে। বেকাৰে কাউন্টি ক্ৰিকেটত ৱৰ্চেষ্টাৰশ্বাৰৰ হৈ খেলিছিল। মৃত্যুৰ এদিন পূৰ্বে এখন মেচত তেওঁ দখল কৰিছিল ৩টা উইকেট। বেকাৰৰ দলটোৱে তেওঁৰ বলিং প্ৰদৰ্শনৰ এটা ভিডিঅ’ ছ’চিয়েল