ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

আদানীৰ ৬ টা সংস্থালৈ SEBIৰ কাৰণ দৰ্শোৱাৰ জাননী; শ্বেয়াৰত খহনীয়া!

নিউয়ৰ্কৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ প্ৰভাৱ এতিয়াও আছে আদানী গ্ৰুপৰ ওপৰত। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া চমুকৈ ছেবিয়ে একাধিক অভিযোগৰ সন্দৰ্ভত আদানী গ্ৰুপৰ ৬টা সংস্থালৈ জাননী প্ৰেৰণ কৰিছে। এই জাননীসমূহৰ ভিতৰত আদানী

ধুমুহা-বৰষুণৰ কালৰূপ; ৪ জনৰ মৃত্যু, ৩৫০ ৰো অধিক পৰিয়ালক স্থানান্তৰ

যোৱা চাৰিদিনত জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানত তিনি নাবালককে ধৰি চাৰিজন লোকৰ মৃত্যু হৈছে। বিষয়াসকলে জনোৱা মতে, ৩৫০টাতকৈও অধিক পৰিয়ালক স্থানান্তৰ কৰা হৈছে, বহু পশুধনৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন ঘৰৰ ক্ষতিসাধন হৈছে।

নিৰ্বাচনী দায়িত্ব সামৰি উভতাৰ পথত দুৰ্ঘটনা; দুজন সুৰক্ষা কৰ্মী নিহত, ৬ জনৰ অৱস্থা সংকটজনক

বিহাৰৰ গোপালগঞ্জত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। নিৰ্বাচনী কৰ্তব্যৰ পৰা উভতি আহি থকা এখন আৰক্ষী বাছ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত দুজন জোৱানৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আহত হোৱা ৬ জন জোৱানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

মুম্বাইৰ পৰা পলায়ন কৰা অভিনেতা চাহিল খানক ছত্তীশগড়ৰ পৰা গ্ৰেপ্তাৰ

মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতা চাহিল খানক। অভিনেতা খানক ছত্তীশগড়ৰ জগদালপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। তথ্য অনুসৰি চাহিল খানৰ বিৰুদ্ধে অনলাইন বেটিং চাইট চলোৱা আৰু জুৱাৰ প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছে। মহাদেৱ বেটিং

ভোটগ্ৰহণৰ মাজতেই ভয়ংকৰ পথ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৫ জনসহ ৬ জনৰ মৃত্যু

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ৰাজস্থানত আজি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। শ্ৰীগংগানগৰ জিলাৰ গাতে লাগি থকা অনুপগড় জিলাৰ সমেজা কোঠী থানা এলেকাত সংঘটিত দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, কোনো

ৰে’লৱে ষ্টেচনৰ সমীপৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড; ৬ জনৰ মৃত্যু, ১৮ জন আহত

বিহাৰৰ পাটনা ৰে’লৱে জংচনৰ সমীপৰ এখন হোটেলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত ১২ জন লোকৰ অৱস্থা সংকটজনক, তেওঁলোকক আই চি ইউত ভৰ্তি কৰা

বাছ আৰু ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ; ৪ জনৰ মৃত্যু, বহু লোক আহত

উত্তৰ প্ৰদেশৰ কন্নাৌজত বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত ৪ যাত্ৰীৰ মৃত্যু। জানিব পৰা অনুসৰি, দ্ৰুতবেগী এখন শ্লীপাৰ বাছে ডিভাইডাৰ ভাঙি সিফালৰ পৰা অহা এখন ট্ৰাকৰ লগত খুন্দা মাৰে। এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা ৩০ জনতকৈ অধিক যাত্ৰী আহত

হঠাৎ অসুস্থ ৰাহুল গান্ধী; অংশ ল’ব নোৱাৰিব দুখনকৈ বিশাল জনসভাত

কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বাতিল কৰা হৈছে মধ্যপ্ৰদেশ ভ্ৰমণ। এখন জনসভাত অংশ ল’বলগীয়া ৰাহুল গান্ধীৰ ঠাইত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে জনসভাখনত অংশ ল’ব। মধ্যপ্ৰদেশ

উচ্চতম ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা ৰামদেৱৰ; দিব লাগিব সেৱা কৰ

উচ্চতম ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা যোগগুৰু বাবা ৰামদেৱৰ। এতিয়াৰ পৰা ৰামদেৱৰ দ্বাৰা আয়োজিত যোগ শিবিৰসমূহ সেৱা কৰৰ আওতালৈ আহিছে। অৰ্থাত যোগ শিবিৰৰ বাবে দিব লাগিব সেৱা কৰ। ন্যায়াধীশ অভয় এম ওক আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰে গঠিত

শিহৰণকাৰী পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰলীৰ খুন্দাত মৃত্যু ৯ জন যুৱকৰ

ৰাজস্থানৰ ঝালাৱাৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগত অহা এখন ট্ৰলীয়ে নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী এখন ভ্যানত খুন্দা মৰাত ৯ জন লোকৰ মৃত্যু হয়। বিবাহ অনুষ্ঠানৰ পৰা উভতি অহা ভ্যানখনত আছিল ১০জন লোক। ইয়াৰে ৯ জন লোকৰ