ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

আদানীৰ ৬ টা সংস্থালৈ SEBIৰ কাৰণ দৰ্শোৱাৰ জাননী; শ্বেয়াৰত খহনীয়া!

নিউয়ৰ্কৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ প্ৰভাৱ এতিয়াও আছে আদানী গ্ৰুপৰ ওপৰত। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া চমুকৈ ছেবিয়ে একাধিক অভিযোগৰ সন্দৰ্ভত আদানী গ্ৰুপৰ ৬টা সংস্থালৈ জাননী প্ৰেৰণ কৰিছে। এই জাননীসমূহৰ ভিতৰত আদানী

ইছলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ কোৰাণক লৈ পুনৰ ডাঙৰ সিদ্ধান্ত ছুইডেনৰ

ছুইডেনৰ কৰ্তৃপক্ষই পুনৰবাৰ মুছলমানৰ পবিত্ৰ গ্ৰন্থ কোৰাণ জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে। তুৰ্কীৰ চৰকাৰী সংবাদ সংস্থা আনাডোলুৱে এই তথ্য প্ৰকাশ কৰাৰ পিছৰে পৰা মুছলমান প্ৰধান দেশসমূহত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। আনাডোলুৰ মতে,

উপ ৰাজ্যপালৰ নিৰ্দেশত মহিলা আয়োগৰ পৰা ২২৩ গৰাকী কৰ্মচাৰীক অপসাৰণ

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দিল্লী মহিলা আয়োগৰ পৰা ২২৩ গৰাকী কৰ্মচাৰীক অপসাৰণ কৰা হৈছে। দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই এই নিৰ্দেশ প্ৰদান কৰিছে। অভিযোগ অনুসৰি দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে নিয়মৰ বিৰুদ্ধে গৈ

মৰ্মান্তিক; বেকী নৈত সন্ধানহীন তিনি যুৱক, এজনৰ মৃতদেহ উদ্ধাৰ

বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নাৰায়নগুৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। বেকী নৈত সন্ধানহীন হৈ পৰিছে দুই ভাই-ককাইসহ তিনিজন যুৱক। ইয়াৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। বাঁ‌হবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়নগুৰীৰ বেকী নৈত সংঘটিত

৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা কে চন্দ্ৰশেখৰ ৰাওক

ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ কে চন্দ্ৰশেখৰ ৰাওক কংগ্ৰেছৰ বিৰুদ্ধে দিয়া “আপত্তিজনক” মন্তব্যৰ বাবে বুধবাৰে নিৰ্বাচন আয়োগে ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰকাৰ্য চলোৱাত নিষেধাজ্ঞা প্ৰদান কৰে। ৫ এপ্ৰিলত ছিৰচিলাত অনুষ্ঠিত সংবাদমেলত ৰাওৰ মন্তব্য আদৰ্শ

আৰক্ষীৰ জিম্মাতে চৰম সিদ্ধান্ত ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰে জড়িত অভিযুক্তৰ!

বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাৰে নাম সাঙোৰ খোৱা এজন অভিযুক্তই আৰক্ষীৰ লকআপত আত্মহত্যাৰ চেষ্টা চলাইছে। তথ্য অনুসৰি আত্মহত্যাৰ চেষ্টা কৰা অভিযুক্তৰ নাম অনুজ থাপন। সংকটজনক অৱস্থাত থাপনক চিকিৎসালয়ত ভৰ্তি

সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডী ব্ৰাৰক গুলীয়াই হত্যা!

পাঞ্জাবী গায়ক তথা ৰাজনীতিবিদ সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডী ব্ৰাৰক আমেৰিকাত হত্যা কৰা হৈছে বুলি বৃহত দাবী কৰিছে দেশখনৰ সংবাদ মাধ্যমে। আমেৰিকান নিউজ চেনেলৰ প্ৰতিবেদন অনুসৰি আমেৰিকাত গুলীয়াই হত্যা কৰা হৈছে গেংষ্টাৰজনক।

নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ৭ গৰাকী মাওবাদীৰ মৃত্যু, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

মঙলবাৰে পুৱা ছত্তীশগড় জিলাৰ নাৰায়ণপুৰৰ আবুঝমাড়ত চাৰি ঘণ্টীয়া এনকাউণ্টাৰৰ অন্তত চলোৱা তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে দুগৰাকী মহিলা মাওবাদীকে ধৰি ৭ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে। লগতে ঘটনাস্থলৰ পৰা উদ্ধাৰ হৈছে এ কে ৪৭ ৰাইফলকে ধৰি

ধুমুহা-বৰষুণৰ কালৰূপ; ৪ জনৰ মৃত্যু, ৩৫০ ৰো অধিক পৰিয়ালক স্থানান্তৰ

যোৱা চাৰিদিনত জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানত তিনি নাবালককে ধৰি চাৰিজন লোকৰ মৃত্যু হৈছে। বিষয়াসকলে জনোৱা মতে, ৩৫০টাতকৈও অধিক পৰিয়ালক স্থানান্তৰ কৰা হৈছে, বহু পশুধনৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন ঘৰৰ ক্ষতিসাধন হৈছে।

কম বয়সতেই পৃথিৱী এৰি গুচি গ’ল জনপ্ৰিয় অভিনেত্ৰী অমৃতা; শোকস্তব্ধ অনুৰাগী

শনিবাৰে বিহাৰৰ ভাগলপুৰৰ নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হয় ভোজপুৰী অভিনেত্ৰী অমৃতা পাণ্ডেক। প্ৰাপ্ত খবৰ অনুসৰি নিজৰ ঘৰৰ ভিতৰৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ। তেওঁৰ বাসগৃহৰ পৰা কোনো ধৰণৰ চুইচাইড নোট